--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমকামী নেকি শ্বাহৰুখ খান? বলীউডৰ শীৰ্ষ পৰিচালক কৰণ জোহৰৰ পৰা আৰম্ভ কৰি প্ৰযোজক বিবেক বাসৱানীলৈকে তেওঁৰ সম্পৰ্ক আছিল বুলি অনেকে ক’ব বিচাৰিছে। শ্বাহৰুখৰ ছৱি ‘জোছ’ৰ প্ৰযোজক বিবেকে এই বিষয়ে মুখ খুলিলে।

শ্বাহৰুখৰ দীৰ্ঘদিনীয়া বন্ধু প্ৰযোজক বিবেক ভাছৱানীয়ে কয়- ''এই সকলোবোৰ উৰাবাতৰি, শ্বাহৰুখ এজন ‘এগৰাকী মহিলাৰ পুৰুষ’। তেওঁ জীৱনত গৌৰীৰ বাহিৰে আন কাকো ভালপোৱা নাই।’’

তেওঁৰ ভাষাত "শ্বাহৰুখ আৰু মই আগতে একেটা বাসগৃহতে বাস কৰিছিলোঁ। সেই সময়ত মোৰ পৰিয়ালৰ লগত অলপ অসুবিধা হৈছিল। গৌৰীৰ লগত পৰিয়াল এটা গঢ়িব লাগিব, কেৰিয়াৰ আৰম্ভ কৰিলে, সেই বিষয়ে চিন্তা কৰি থাকিছিল। আমি ভাল বন্ধু আমাৰ আন কোনো সম্পৰ্ক কেতিয়াও নাছিল। আচলতে সফল মানুহৰ এনে বহু কথা আছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী