--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে জনপ্ৰিয় তাৰকা জনী ছিন্স ভাৰতলৈ আহিছিল। অভিনেতা ৰণবীৰ সিঙৰ সৈতে বিজ্ঞাপনত কাম কৰিছিল। যৌন বৰ্ধক সামগ্ৰীৰ বিজ্ঞাপনত দেখা যায় এই দুয়োগৰাকী তাৰকাক। যোৱা কেইবছৰমানৰ পৰা সফলতা অৰ্জন কৰিছে ৰণবীৰে। দেশৰ সীমাৰ বাহিৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছে। তেওঁ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ এম্বেছাদৰ। জল্পনা-কল্পনা, তেওঁ অতি সোনকালে পিতৃ হ’বলৈ গৈ আছে। তাৰ আগতে জনীয়ে ৰণবীৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ কথা কৈছিল।

এটা প’ডকাষ্ট সাক্ষাৎকাৰত তেওঁ ভাৰত ভ্ৰমণৰ পৰা ৰণবীৰক লগ পোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। জনীয়ে কয় যে তেওঁৰ ভাৰত ভ্ৰমণৰ বিষয়ে কোনেও বিশেষ একো নাজানিছিল। কাৰণ মেকাৰসকলে খবৰটো জনাজাত কৰিব বিচৰা নাছিল। কিন্তু ৰণবীৰ সিঙৰ সৈতে কাম কৰাৰ অভিজ্ঞতা বহুত ভাল লাগিল। 

জনীৰ ভাষাত "ৰনবীৰ মোৰ বৰ ভাল লাগে। চেটত তেওঁৰ কাষত থাকিলে ভাল লাগে।'' জনীয়ে লগতে কয় যে ভাৰতত প্ৰথমবাৰৰ বাবে তেওঁ সকলোৰে পৰা মৰম পাইছিল। এই ভ্ৰমণত তেওঁলোকৰ সৈতে কথা পতা প্ৰতিজন ব্যক্তিয়ে মুকলি মনেৰে তেওঁলোকক আদৰণি জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী