--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়া ষ্টাৰ উৰ্ফি জাভেদক এতিয়া কোনো পৰিচয়ৰ প্ৰয়োজন নাই। বছৰ বছৰ ধৰি সংগ্ৰামৰ অন্তত আজি উৰ্ফীয়ে ভাল জীৱন যাপন কৰিছে। বিগ বছৰ পৰা ছ’চিয়েল মিডিয়াৰ চেন্সেশন হৈ পৰা উৰ্ফি জাভেদক হয়তো প্ৰতিদিনে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হ’ব পাৰে, কিন্তু অভিনেত্ৰীগৰাকীয়ে নিজৰ উপাৰ্জনৰ জৰিয়তে গোটেই ঘৰখনৰ দায়িত্ব লৈ আছে।

এসময়ত পিতৃৰ অত্যাচাৰত ভুগি থকা উৰ্ফী জাভেদে মাক আৰু ভনীয়েকক সেই নাৰকীয় জীৱনৰ পৰা উদ্ধাৰ কৰি আজি তেওঁলোকক এক বিলাসী জীৱন প্ৰদান কৰিছে।

উৰ্ফি জাভেদৰ মাতৃ জাকিয়া চুলতানাই আজিকালি বিলাসী জীৱন কটায়। উৰ্ফি জাভেদৰ বাবেই মাতৃ জাকিয়া চুলতানো চৰ্চাত থাকে। যদি আপুনি জাকিয়াৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো চায় তেন্তে আপুনি স্পষ্টকৈ বুজিব যে তেওঁ এতিয়া কিমান বিলাসী জীৱন কটায়।

কেতিয়াবা যদি জাকিয়া চুলতানাই নিজৰ দীঘল ডাঠ চুলিখিনি দেখুৱাই আৰু কেতিয়াবা পৰম্পৰাগত সাজ-পোছাকত নিজৰ ষ্টাইল দেখুৱায়। জাকিয়াই প্ৰায়ে ইনষ্টাগ্ৰামত নিজৰ কন্যাৰ সৈতে ছবি শ্বেয়াৰ কৰে।

উৰ্ফিৰ দৰে মাতৃও এতিয়া যথেষ্ট ষ্টাইলিছ হৈ পৰিছে। উৰ্ফি জাভেদৰ মাকে এতিয়া ৱান পিছৰ পৰা জিন্স টপলৈকে সকলো পিন্ধে আৰু কন্যা সন্তানৰ সৈতে সুখী আৰু শান্তিৰ জীৱন কটাই আছে।

সাক্ষাৎকাৰত উৰ্ফীয়ে প্ৰায়ে উল্লেখ কৰে যে তেওঁৰ পিতৃয়ে তেওঁক আৰু মাকক কেনেকৈ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল। এই কথাত বিৰক্ত হৈ উৰ্ফীয়ে ঘৰৰ পৰা পলাই দিল্লীলৈ আহিছিল। এতিয়া মুম্বাইত থাকে অভিনেত্ৰীগৰাকী।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক