--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল অহাৰ লগে লগে মানুহে খাবলৈ আৰম্ভ কৰা কিছুমান বিশেষ বস্তুৰ মাজত বগা তিলকো অন্তৰ্ভুক্ত কৰা হয়। বগা তিল পুষ্টিকৰ উপাদানৰে ভৰপূৰ, কিন্তু সেৱনৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ কথা জানিব লাগিব। আজি আমি আপোনালোকক এইবোৰৰ বিষয়ে তথ্য দিম।

বগা তিলৰ প্ৰভাৱঃ বগা তিলৰ প্ৰভাৱ গৰম হয়। সেইবাবেই ঠাণ্ডা বতৰত ইয়াক বেছিকৈ খোৱা হয়।

বগা তিল দৈনিক শীতকালত খাব পাৰিঃ গৰমৰ দিনত বগা তিল কম পৰিমাণে খাব পাৰি। গৰমৰ দিনত বগা তিল দৈনিক খাব নালাগে। কিন্তু শীতকালত বগা তিল খালে শৰীৰে পায় লাভালাভ।

দিনটোত কিমান খাব লাগেঃ সুস্থ শৰীৰৰ লোকে নিয়মিতভাৱে ৫০ৰ পৰা ৭০ গ্ৰাম তিল সেৱন কৰিব পাৰে।

মহিলা আৰু শিশুৱে তিল খোৱাৰ আগতে স্বাস্থ্য বিশেষজ্ঞৰ মতামত ল’ব লাগে।

বগা তিল কেনেকৈ খাব?

ভজা বগা তিল লাডুৰ ৰূপত বা বৰফীৰ ৰূপত খাব পাৰি। গুড়ৰ লগতো তিল খোৱা হয়।

তিল খালে ওজন বৃদ্ধি পায় নেকি?

যদি আপুনি ভাবে যে তিল খালে ওজন বৃদ্ধি পায়, তেন্তে আপুনি ভুল চিন্তা কৰিছে। সত্যটো হ’ল তিল খালে ওজন নিয়ন্ত্ৰণ কৰিব পাৰি। তিলৰ ভিতৰত অধিক পৰিমাণৰ প্ৰটিন পোৱা যায়, যিয়ে শৰীৰক শক্তি প্ৰদান কৰাই নহয়, ওজন নিয়ন্ত্ৰণতো সহায় কৰে।

বগা তিলৰ লগত জড়িত আন কিছুমান কথা

-আলমণ্ডৰ লগত খালে গাঁঠিৰ বিষে উপশম পায়। দাঁতবোৰ শক্তিশালী হৈ পৰে।

বগা তিল খালে হাড় মজবুত হয়।

-ৰাতি শোৱাৰ আগতে বগা তিল সেৱন কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক