--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি যুৱচামৰ অধিকাংশই চাকৰিৰ পাছত নদৌৰি নিজাকৈ কিবা এটা আৰম্ভ কৰাৰ কথা ভাবে। যাৰ জৰিয়তে নিজেও স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপন দিব পাৰে। শেহতীয়াকৈ এগৰাকী যুৱতী চৰ্চাত আহিছে। যুৱতীগাৰকীৰ নাম অমন হণ্ডাল। অমনে ছিংগাপুৰৰ পৰা হোটেল মেনেজমেণ্টৰ কোৰ্চ কৰিছিল। 
सिंगापुर से पढ़कर आई लड़की ने सड़क किनारे खोला ढाबा! - degree Holder  Punjabi girl start roadside Dhaba viral video Tsty - AajTak
তেওঁ চাকৰিৰ আশাত নাথাকি পঞ্জাবৰ মোহলীত পথৰ কাষত এখন ধাবা স্থাপন কৰে। অমনে এটা ইউটিউব ভিডিঅ’ত নিজৰ ব্যৱসায়ৰ বিষয়ে কয়। এয়া দেখি মানুহে ছোৱালীজনীৰ সাহস আৰু প্ৰচেষ্টাক প্ৰশংসা কৰিছে। খাদ্যৰ মানদণ্ড আৰু উচিত দামৰ বাবে অতি কম দিনৰ ভিতৰতে তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

যদিও অমনে ৰাস্তাৰ দাঁতিত মানুহক খুৱায়, তথাপিও তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পূৰ্ণৰূপে মানি চলে। অমনে কয় যে তেওঁ যি খাদ্য পৰিবেশন কৰে সেয়া ঘৰতে বনোৱা। অমনে ভিডিঅ’টোত দাবী কৰিছে যে তেওঁ ব্যৱহাৰ কৰা প্লেটখনো সম্পূৰ্ণ পৰিৱেশ অনুকূল। অমনে কয় যে তেওঁ ৬০ আৰু ৮০ টকাৰ প্লেট দিয়ে। দুপৰীয়া ১২ বজাৰ পৰা ৩.৩০ বজালৈ অমনে ৰাস্তাৰ কাষৰ ধাবা চলায়। ৰাতিপুৱা ৬ বজাৰ পৰা খাদ্য প্ৰস্তুত কৰা আৰম্ভ হয়।

অমনে ক’লে যে মই ভাবো যে মানুহে যিয়েই বিচাৰে, তেওঁ সেই কামটো কৰিব লাগে। বহু মহিলাই দ্বিধাবোধ কৰে। নাৰীয়ে ৰন্ধা-বঢ়া জানে, এনে অৱস্থাত খাদ্য প্ৰস্তুত কৰি পকেটৰ ধন উলিয়াব পাৰে। অমনে এই ভিডিঅ’টোত YouTuberক জনাইছে যে দিন অনুযায়ী প্ৰতিদিনে খাদ্যৰ মেনু সলনি হয়। আমানে ছিংগাপুৰৰ পৰা হোটেল মেনেজমেণ্টত এডভান্স ডিপ্লমা কোৰ্চ কৰিছে। কিন্তু অমনে মাকৰ পৰা বহুতো ৰন্ধা-বঢ়াৰ দক্ষতা শিকিছিল। অমনে ভিডিঅ’টোত জনাইছে যে তেওঁ তিনিজন কৰ্মচাৰীৰ সৈতে কাম আৰম্ভ কৰিছিল।
Professional female chef from Singapore finds love in street, opens food  stall
ভিডিঅ’টো চোৱাৰ পিছত বহু ইউজাৰে মন্তব্য কৰে। বহুতে লিখিছে ''কোনো কাম সৰু বা ডাঙৰ নহয়। ধাবা ৰাণীয়ে বৰ কষ্ট কৰিছে, ৰাস্তাৰ দাঁতিত এনেকৈ কাম কৰাটো সহজ নহয়। ভগৱানে সাহসী ছোৱালীজনীক মংগল কৰক।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু