Google search engine
26 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিককোকিলাৰ বজাৰত চুৰিকাণ্ডঃ আটক এজন

কোকিলাৰ বজাৰত চুৰিকাণ্ডঃ আটক এজন

মাণিকপুৰঃ ৰঙালী আনন্দৰ মাজতে কোকিলাৰ কীৰ্তনপাৰা বজাৰৰ নীলু আৰ্যৰ গেলামালৰ দোকানত নিশা সংঘটিত হয় চুৰিকাণ্ড। চুৰিকাৰ্যত জড়িত থকা মিয়া চানে(দুল্লু)কীৰ্তনপাৰা ২য় খণ্ডৰ পলায়ন কৰে।

আৰু পঢ়িব পাৰিব: ক’ভিডে কাঢ়ি নিলে আন এগৰাকী তাৰকাক, শোকস্তব্ধ দেশ

জহিৰুল ইছলামক(৭নং বাশবাৰী) বজাৰৰ পহৰীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আন্ধাৰ সুযোগতে পলায়ন কৰে আন আন চোৰকেইজনেও। কীৰ্তনপাৰা বজাৰত পূৰ্বে কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছিল।

আৰু পঢ়িব পাৰিব: বৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ

বজাৰৰ পোহৰাদাৰীসকলে চোৰটোক ধৰিবলৈ সক্ষম হয়। একাংশ ব্যৱসায়ীয়ে চোৰটোক উত্তম-মধ্যম সোধায়। পাছত পুৱা আৰক্ষীক সমজাই দিয়ে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
98 %
1.2kmh
100 %
Tue
26 °
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular