--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই অংশীদাৰিত্বৰে নতুন ইনিংছ আৰম্ভ কৰে। তেওঁলোক এটা কোম্পানীত বিনিয়োগকাৰী হ’ল। কোহলীৰ বিনিয়োগ সংস্থাটোৰ সম্পৰ্ক আছে কানাডাৰ এটা প্ৰতিষ্ঠানৰ সৈতে। সেই কোম্পানীটো আহিছিল শ্বেয়াৰ মাৰ্কেটলৈ। ছেবিও মান্তি হ’ল।

২০২২ চনৰ আগষ্ট মাহত বিৰাট আৰু অনুষ্কাই যি কোম্পানীত বিনিয়োগ কৰিছিল, সেই কোম্পানীয়ে শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ বাবে কাগজ-পত্ৰ জমা দিছিল। কিন্তু ২০২৩ চনৰ ৩০ জানুৱাৰীত কাগজখন উভতাই পঠিয়াইছিল ছেবিয়ে। আকৌ কাগজখন জমা দিব বুলি কোৱা হয়। একেদৰে কোম্পানীটোৱে যোৱা বছৰৰ এপ্ৰিল মাহত পুনৰ কাগজখন জমা দিছিল। ১২৫০ কোটি টকাৰ আই পি অ’ বজাৰ মুকলি কৰিব বিচাৰিছে।

১৫ ফেব্ৰুৱাৰীত জন্ম হৈছিল বিৰাটৰ দ্বিতীয় সন্তান। বিৰুষ্কাই ২০ ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল। তেওঁলোকৰ পুত্ৰ আকায়ৰ জন্ম হয়। ইয়াৰ পিছত এই যুটিয়ে আৰু এটা ঠাইত একেলগে কাম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
ধৰ্মীয় অনুভূতিত আঘাতৰ গোচৰ: ভাৰতী সিং আৰু শেখৰ সুমনক বম্বে উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ
দুর্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব বিশ্বৰ ১.২ কোটি লোক
অনলাইন খাদ্য ব্যৱসায়ত FSSAIৰ কঠোৰ পদক্ষেপ ;ই-কমাৰ্চ কোম্পানীক ৬ লাখ টকাৰ জৰিমনা
বীমা কোম্পানীৰ মনমৰ্জি নচলিব: সময়সীমাৰ দোহাই দি দাবী নাকচ কৰাত বোম্বাই উচ্চ ন্যায়ালয়ৰ বাধা
উত্তৰ প্ৰদেশত প্ৰচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ: ২৪ জনৰ মৃত্যু, বিস্তৰ ক্ষতিসাধন
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী