--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে  শিলচৰৰ লাইটকোৰত থকা অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত থকা যুদ্ধ স্মৃতিসৌধত মাল্যাৰ্পণ কৰাৰ লগতে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 


অমিত শ্বাহে অসম ৰাইফলছৰ জোৱানসকলৰ মনোবলৰ প্ৰশংসা কৰি কয় যে আমাৰ দেশৰ সুৰক্ষাৰ বাবে অসম ৰাইফলছৰ সাহসী জোৱানসকলে যি ত্যাগ কৰিলে, সেয়া অতুলনীয় আৰু তেওঁলোকৰ ত্যাগৰ বাবে দেশ সদায় ঋণী হৈ থাকিব।
কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সঞ্চালকালয়ত চাইবাৰ নিৰাপত্তা অপাৰেচন চেণ্টাৰ উদ্বোধন কৰিছিল। এই কেন্দ্ৰই  চাইবাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ বাহিনীটোক অধিক সক্ষম কৰি তুলিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক