--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ'চিটাডেল'ৰ শ্বুটিং চলি থকাৰ মাজতে গৰুৰুতৰভাবে  আঘাতপ্ৰাপ্ত হ’ল অভিনেত্ৰী সামান্থা। ফলত সামান্থাই  পেশীৰ প্ৰদাহত ভুগি আছে। অভিনেত্ৰীগৰাকীয়ে অলপতে 'চিটাডেল'ৰ শ্বুটিং আৰম্ভ কৰিছিল। ছেটত ষ্টাণ্ট প্ৰদৰ্শন কৰোঁতে সামান্থা আঘাতপ্ৰাপ্ত হয়। তেওঁৰ দুয়োখন হাতৰ আঙুলি কাটি যায়। যোৱা বছৰৰ শেষৰ ফালে আমাজন প্ৰাইম চিৰিজ 'চিটাডেল'ৰ নিৰ্মাত এণ্টনি আৰু জে ৰুচো ভাতৃসকলে কৈছিল যে এইবাৰ ভাৰততো 'চিটাডেল' নিৰ্মাণ কৰা হ'ব। বৰুণ ধাৱান নায়ক হ'ব আৰু সামান্থা নায়িকা হ'ব। শৃংখলাটোৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। তাতেই সামান্থাৰ সৈতে দুৰ্যোগটো ঘটিল।সামান্থাই কটা আঙুলিৰ এখন ফটো পোষ্ট কৰিছে।  

এটা একচন দৃশ্যৰ দৃশ্যগ্ৰহণ চলি থকাৰ সময়তে  পাঞ্চিং কৰাৰ সময়ত সামান্থা আঘাতপ্ৰাপ্ত হয়। শুনা গৈছে যে বৰুণ ধাৱানে আঘাতপ্ৰাপ্ত সামান্থাৰ ভাল যত্ন লৈ আছে।তেওঁ নিজে আগবাঢ়ি গৈ আলফুলে সামান্থাৰ যন্ত লোৱা বহু বহুতে প্ৰকাশ কৰিছে। বৰুণৰ যত্নত সামান্থা ভালেখিনি সুস্থ হৈ উঠিছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ উপৰিও, 'চিটাডেল' শৃংখলাৰ দৃশ্যগ্ৰহণ ইটালীত কৰা হ'ব। অৱশ্যে, শৃংখলাটোৰ মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।প্ৰিয়ংকা চোপ্ৰা 'চিটাডেল' শৃংখলাৰ হলিউড সংস্কৰণৰ অন্যতম মুখ্য চৰিত্ৰ। প্ৰিয়ংকাই 'চিটাডেল'ৰ বাবে কেইবাটাও একচন দৃশ্যত অভিনয় কৰিছে।

অভিনেত্ৰীগৰাকীয়ে ষ্টাণ্ট প্ৰদৰ্শন কৰোঁতে একাধিকবাৰ আঘাতপ্ৰাপ্ত হৈছে। তেওঁ সেই ছবিবোৰ সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছিল। শৃংখলাটোৰ প্ৰথম দৃশ্যাংশ  শেহতীয়াকৈ মুকলি কৰা হৈছে।  আমেৰিকান বিজ্ঞান-কল্পকাহিনী শৃংখলা 'চিটাডেল' একচন আৰু ৰহস্য-ৰোমাঞ্চেৰে পৰিপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক