--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২২ চনৰ ১১ ডিচেম্বৰত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বিবাহৰ ৫ বছৰ সম্পূৰ্ণ কৰে। প্ৰেম আৰু সুখৰ মাজতে এতিয়া তেওঁলোকৰ সম্পৰ্কৰশৰ অবিচ্ছেদ্য অংশ ভামিকা। দুবছৰীয়া ভামিকাৰ সৈতে এখন সুখৰ সংসাৰ বিৰুষ্কাৰ। কিন্তু তেওঁলোকৰ সংসাৰৰ যাত্ৰাত পত্নী অনুষ্কাই কি ত্যাগ কৰিছে? ভামিকা জন্মৰ পাছত জীৱনটো কেনেকৈ সলনি হৈছে অনুষ্কাৰ? এই সন্দৰ্ভত এতিয়া মুকলিকৈ কৈছে বিৰাট কোহলীয়ে।

Virat Kohli Says Anushka Sharma Made 'Massive Sacrifices As A Mother': 'She  Is An Inspiration For Me'

শেহতীয়া প’ডকাষ্টত বিৰাটে কয়, “এই দুবছৰত বহুত সলনি হৈছে।” আমাৰ সন্তান জন্ম। লগতেএই দুবছৰ মাতৃ হোৱাৰ পাছৰে পৰা অনুষ্কাৰ জীৱন সলনি হৈছে। অনুষ্কাক দেখি মোৰ নিজৰ সকলো কঠিন পৰিস্থিতি তুচ্ছ যেন লাগে। আচলতে যেতিয়ালৈকে আপোনাৰ পৰিয়ালে আপোনাক আপোনাৰ দৰেই দৰে ভাল পায়, তেতিয়া আন একোৰেই প্ৰয়োজন নাথাকে।”

Anushka Sharma has made 'massive sacrifices as mother', says Virat Kohli

কোহলীয়ে স্বীকাৰ কৰে যে তেওঁৰ পত্নী অৰ্থাৎ অনুষ্কা বিৰাটৰ জীৱনৰ প্ৰেৰণা। এটা সময়ত তেওঁৰ খিংখিঙীয়া মেজাজ আছিল। নিজৰ মাজতে থাকি ভাল পাইছিল। পাছত বুজিছিল যে তেওঁ বহুত মানুহৰ লগত বেয়া আচৰণ কৰি আছে। আৰু এইএই উপলব্ধিৰ আঁৰত কেৱল অনুষ্কা।

അനുഷ്ക പലതും ത്യജിച്ചിട്ടുണ്ട്'; കഴിഞ്ഞ രണ്ട് വർഷങ്ങൾ ഓർത്ത് വിരാട് കോഹ്ലി  | Anushka Sharma has made massive sacrifices as a mother, says Virat Kohli

বিৰাটৰ ভাষাত "অনুষ্কাই মোৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰি দিছে।" তেওঁৰ বাবেই মই এজন ভাল মানুহ হৈ পৰিলোঁ। আচলতে অনুষ্কা মোৰ জীৱনৰ প্ৰেৰণা।” শেহতীয়াকৈ হৃষিকেশত আধ্যাত্মিকতাৰ সন্ধানত দেখা পোৱা গৈছিল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক। তাতে স্বামী দয়ানন্দ গিৰিৰ আশ্ৰমত দেখা গ’ল দম্পতীহালক। কেৱল সেয়াই নহয়, বৃন্দাবনৰ নিম কৰোলি বাবাৰ আশ্ৰমলৈও গৈছিল বিৰুষ্কা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক