--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব প্ৰসিদ্ধ 'টাইটানিক' ছবিৰ নায়িকা ৰোজৰ জীৱন  ৰক্ষা কৰা সেই বিশেষ  দুৱাৰখন নিলাম  কৰা হৈছে। দুৱাৰখন ৭,১৮,৭৫০ ডলাৰত নিলাম কৰা হৈছে। 'টাইটানিক' ছবিখনে বিশ্বজুৰি খলকনি তোলাৰ ২৫  বছৰৰো অধিক কাল হ'ল, কিন্তু আজিও কোনেও ছবি খনৰ কথা পাহৰিব পৰা নাই।  

মানুহে এই চিনেমাখন ভালপোৱাৰ  বহু  কাৰণ আছে। যদি কোনোবাই ইয়াত দেখুওৱা প্ৰেমকাহিনী ভালপায়,  কোনোবাই আকৌ জাহাজ খনৰ হৃদয়বিদাৰক সমাপ্তিক লৈ কৌতূহলী। ছবি খনত লিওনাৰ্ডো ডিকেপ্ৰিঅ' আৰু কেট উইন্সলেটৰ প্ৰেম কাহিনীত এখন  দুৱাৰে বিশেষ স্থান লাভ কৰিছে।  বহুচৰ্চিত দুৱাৰ খনেই জাহাজ খন ডুবি যোৱাৰ পিছত নায়িকা ৰোজৰ প্ৰাণ ৰক্ষা কৰিছিল। 

এতিয়া এই দুৱাৰখনেই  নিলাম কৰা হৈছে।  ৰোজৰ জীৱন ৰক্ষা কৰা দুৱাৰখনৰ শেহতীয়া নিলামত৭১৮,৭৫০  পোৱা গৈছে। ভাৰতীয় হিচাবত এই ধনৰ পৰিমাণ  ৫.৮৩ কোটি টকা।  ইয়াৰ উপৰিও কেট উইন্সলেটে দ্বাৰা পৰিধান কৰা পোছাক ১,২৫,০০০ ডলাৰত নিলাম কৰা হৈছে।
নিলাম হোৱা দুৱাৰ খন জাহাজখনৰ প্ৰথম শ্ৰেণীৰ লাউঞ্জৰ প্ৰৱেশদ্বাৰৰ ঠিক ওপৰৰ দুৱাৰৰ ফ্ৰেমৰ অংশ আছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ