--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এতিয়া ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে অভিনেত্ৰী অদা শৰ্মা। তেওঁৰ দোষ হ’ল তেওঁ ইফতাৰ পাৰ্টী এটাত অংশগ্ৰহণ কৰিছিল।  অভিনেত্ৰীগৰাকী তেওঁৰ  ছবি 'বস্তাৰ: দ্য নক্সাল ষ্টৰী'ৰ বাবে বাতৰিৰ শিৰোনামত  আছে। ইয়াৰ পূৰ্বে তেওঁ  'দ্য কেৰালা ষ্টৰী' ছবিখনত তেওঁৰ চৰিত্ৰটোৰ বাবে সংবাদ  শিৰোনাম দখল কৰিছিল। এনে সময়তে অভিনেত্ৰাগৰাকী  আকৌ এবাৰ বাতৰিৰ শিৰোনামলৈ  আহিছে। প্ৰকৃততে, অদাই মুম্বাইত ৰাজনীতিক  বাবা চিদ্দিকীৰ ইফতাৰ পাৰ্টিত উপস্থিত আছিল। 

সেইবাবেই বহুতে তেওঁক সমালোচনা কৰিছে।  অনুৰাগীসকলে তেওঁক ব্যাপক হাৰত  ট্ৰ'ল কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে এক্সত লিখিছে  , 'অদা ইমান প্ৰৱঞ্চক! সাধাৰণ সময়ত  মুছলমানসকল এই লোকসকলৰ বাবে বেয়া। তেওঁলোকৰ বিৰুদ্ধে ঘৃণামূলক চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়, কিন্তু ৰমজানত, মুছলমানসকল এই লোকসকলৰ বাবে মহান হৈ পৰে কিয়নো তেওঁলোকক বিৰিয়ানীৰ বাবে আমন্ত্ৰণ জনোৱা হয়।" 

ব্যৱহাৰকাৰীৰ পোষ্টৰ সঁহাৰি দি অদাই লিখিছে, "সন্ত্ৰাসবাদীসকল খলনায়ক, মুছলমান নহয়।" উল্লেখ্য 'দ্য কেৰালা ষ্টৰী' ত  অদাই কৰা অভিনয়ক বহুতে প্ৰশংসা কৰিছিল। ছবি খনত ধৰ্মান্তৰকৰণৰ কথা ফুটাই তোলা হৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ