--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০১৮ চনৰ লাষ্ট ষ্ট’ৰীজ নামৰ ছৱিখনত কিয়াৰা আদৱানীৰ এটা ‘বিশেষ দৃশ্য’ মনত আছেনে? কৰণ জোহৰে পৰিচালনা কৰি ছুটি ছৱিখনৰ এটা দৃশ্যত কিয়াৰাই যৌনতাৰ চৰম অনুভূতি আৰু অভিব্যক্তি প্ৰকাশ কৰিছিল।

 

কিন্তু কিয়াৰা নহয়, কৃতি সাননেহে উক্ত ছৱিখনত অভিনয় কৰাৰ কথা আছিল। কিন্তু কৃতিৰ মাতৃ গীতা সাননে ছৱিখনত অভিনয় কৰিবলৈ অভিনেত্ৰীগৰাকীক নিদিলে।

 

কৃতিয়ে এই কথা প্ৰকাশ কৰিছে ‘কফি উইথ কৰণ’ত। মুক্তি লাভ কৰিব লগা ছৱি ‘ভেদিয়া’ৰ প্ৰচাৰৰ বাবে অনুষ্ঠানটোত উপস্থিতি থাকি কৃতিয়ে কয় যে তীব্ৰ যৌন উত্তেজনাৰ অভিব্যক্তিৰ দৃশ্য থকাৰ বাবেই তেওঁক অভিনয় কৰিবলৈ দিয়া নহ’ল। ফলস্বৰূপে চৰিত্ৰটো কিয়াৰা আদৱানীয়ে ৰূপায়ন কৰে।

 

আনহাতে, বিষয়টোৰ ওপৰত কৃতিৰ মাতৃয়ে কয় যে যদি কৰণ জোহৰে তেওঁৰ মাতৃৰ স’তে কথা পতা হ’লে নিশ্চয় অভিনয় কৰিবলৈ দিলেহেঁতেন। ছৱিখনৰ চিত্ৰনাট্যৰ স’তে তেওঁৰ পৰিয়ালৰ কোনো সমস্যা নাই।

উল্লেখ্য যে কৃতিৰ আহিবলগা ছৱিখন হৈছে ‘ভেদীয়া’। কমেডি হৰ’ৰ ছৱিখনত কৃতিৰ স’তে অভিনয় কৰিছে বৰুণ ধাৱানে। অমৰ কৌশিকে পৰিচালনা কৰা ভেদীয়া ২৫ নৱেম্বৰত মুক্তি লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক