--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সামান্থা। দক্ষিণ ভাৰতৰ এইগৰাকী মোহময়ী অভিনেত্ৰীৰ অভিনয়েই চাব নে নাচেই চাব। অভিনয়ৰ প্ৰতিভাৰে সামান্থাই ইতিমধ্যে গোটাইছে হাজাৰ হাজাৰ অনুৰাগী। লয়লাস নৃত্যইও মন মুহিছে বিভিন্নজনৰ। দক্ষিণ ভাৰতৰ ছবিত অভিনয় কৰিলেও দেশজুৰি আছে সামান্থাৰ অনুৰাগী।

পিছে আপুনি জানি আচৰিত হ’ব হাজাৰজনৰ হৃদয়ত ঠাই দখল কৰা সামান্থাই স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজ দি আছে। দীৰ্ঘদিন ধৰি সুস্বাস্থ্যৰ বাবে সংগ্ৰাম কৰি আহিছে সামান্থাই। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে এখন ফ’টো শ্বেয়াৰ কৰি অনুৰাগীসকলক এই কথা জানিবলৈ দিছে।

সামান্থাই কয় যে, তেওঁ মাইঅ’চাইটিছ নামৰ বেমাৰৰ অটোইম্যুন অৱস্থাৰ সৈতে যুঁজি দি আছে। সেই বিশেষ ফটোখনত তেওঁক চোফাত বহি থকা দেখা গৈছে। তেওঁৰ হাতৰ কব্জিত আই ভি ড্ৰিপ আছে। নিজৰ অৱস্থাৰ বৰ্ণনা কৰি লিখিছে আবেগভৰা প,ষ্ট। লগতে প,ষ্টটোৰ জৰিয়তে তেওঁ অনুৰাগীসকলকো ধন্যবাদ জনাইছে।

উল্লেখযোগ্য যে, ‘দ্যা ফেমিলী মেন’ ৱেব চিৰিজৰ জৰিয়তে দেশবাসীৰ মন মুহিছিল অভিনেত্ৰীগৰাকীয়ে। জনপ্ৰিয় ছবি ‘পুষ্পা’ৰ আইটেম চঙটোৰ জৰিয়তে দেশজুৰি খলকনি তুলিছিল। আনহাতে, অচিৰেই সামান্থাই বলীউডটো আত্মপ্ৰকাশ কৰিব। সেই ছবিখনত সামান্থাৰ বিপৰীতে অভিনয় কৰিব আয়ুষ্মান খুড়ানাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement