--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ ড্ৰাগছ কণ্ট্ৰল এডমিনিষ্ট্ৰেচনে জব্দ কৰিছে চক পাউদাৰ আৰু ষ্টাৰচ যুক্ত ভুৱা ঔষধ জব্দ, যাৰ মূল্য ৩৩.৩৫ লাখ টকা। ধৰা পৰিছে যে চক পাউদাৰ আৰু ষ্টাৰচ যুক্ত ভুৱা ঔষধ, চিকিৎসাৰ দোকানত বিক্ৰী কৰি আছিল এটা অস্তিত্বহীন কোম্পানী "মেগ লাইফছায়েন্সেছ"।

ধৰা পৰাৰ পিছত "মেগ লাইফছায়েন্সেছ"ৰ দ্বাৰা উৎপাদিত বুলি কোৱা সকলো ঔষধ ডিচিএৰ পৰা "ভুৱা ড্ৰাগ সতৰ্কতা আৰু ব্যৱহাৰ বন্ধ কৰাৰ জাননী"ৰ অধীনত আছিল। তালাচীৰ সময়ত জব্দ কৰা হৈছে ৩৩.৩৫ লাখ টকাৰ জাল ড্ৰাগছ। এই অভিযানত ৫ জন লোককো গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পূৰ্বেও একেধৰণৰ গোচৰত উত্তৰাখণ্ডৰ এটা ঔষধ নিৰ্মাণ ইউনিটে চিপ্লা আৰু গ্লেক্সোস্মিথক্লাইনৰ দৰে নামী-দামী ঔষধ কোম্পানীৰ লেবেল থকা চক পাউদাৰ যুক্ত নকল ঔষধ উৎপাদন আৰু বিক্ৰীৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক