--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংবাদ মাধ্যমৰ তথ্য অনুসৰি শনিবাৰে সন্ধিয়া পেৰিছৰ ব’ৰ্গেট বিমানবন্দৰত টেলিগ্ৰাম মেছেজিং এপৰ ​​প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰা হয়। টেলিগ্ৰামত মডাৰেটৰৰ অভাৱক কেন্দ্ৰ কৰি হৈছিল এই তদন্ত। আৰক্ষীৰ মতে এই এপৰ জৰিয়তে যথেষ্ট অপৰাধমূলক কাৰ্য বাধাহীনভাৱে সংঘটিত হৈছিল

শনিবাৰে সন্ধিয়া পেৰিছৰ বৰ্গেট বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় তেওঁক। তথ্য অনুসৰি ডুৰভ আজাৰবাইজানৰ পৰা ব্যক্তিগত জেটযোগে ব’ৰ্গেট বিমানবন্দৰত উপস্থিত হৈছিল। ফ্ৰান্স প্ৰশাসনে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ ৱাৰেন্ট জাৰি কৰিছিল। সংবাদ মাধ্যমৰ অনুসৰি ফ্ৰান্সৰ শুল্ক বিভাগৰ সৈতে জড়িত ফ্ৰান্সৰ জালিয়াতি বিৰোধী কাৰ্যালয়ৰ বিষয়াসকলে শনিবাৰে সন্ধিয়া ফ্ৰান্স-ৰাছিয়ান কোটিপতিগৰাকীক আটক কৰে। টেলিগ্ৰামত মডাৰেচনৰ অভাৱৰ বাবে ৩৯ বছৰীয়া ডুৰভৰ বিৰুদ্ধে ফ্ৰান্সৰ গ্ৰেপ্তাৰৰ ৱাৰেন্ট জাৰি কৰা হয়। অভিযোগ অনুসৰি এই প্লেটফৰ্মখন ধন সৰবৰাহ, ড্ৰাগছ সৰবৰাহ আৰু পেড’ফিল সামগ্ৰী ভাগ-বতৰা কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক