--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰণৱ বৈশ্যৰ আয় বহির্ভূত সম্পত্তিৰ পৰিমাণ ১ কোটি ৫৬ লাখ টকা।

ডিজিটেল ডেস্কঃ আয় বহির্ভূত সম্পত্তি গঢ়া ৰে'লৱেৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে CBI। মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ।


প্ৰণৱ বৈশ্যৰ আয় বহির্ভূত সম্পত্তিৰ পৰিমাণ ১ কোটি ৫৬ লাখ টকা।


কি কি সম্পত্তি আছে প্ৰণৱ বৈশ্যৰ?


বেলতলাৰ ত্ৰিপুৰা ৰোডত আছে এটা ফ্লেট। যিটো ফ্লেট ২০১৬ চনত ক্ৰয় কৰিছিল ৫৭ লাখ টকাত।


শাওকুচিত ক্ৰয় কৰিছে ৩৭ লাখ টকাৰ মূল্যৰ মাটি। কেৰাকুচিত ক্ৰয় কৰিছে ২০ লাখ টকাৰ মূল্যৰ মাটি


এখন নেক্সা বাহন ক্ৰয় কৰিছে ১৫ লাখ টকাৰে।


উত্তৰ-পূৱৰ ভিন্ন স্থানত ৰে'লৱেৰ প্ৰজেক্ট নিৰ্মাণৰ সময়তে দুৰ্নীতিত লিপ্ত হৈছিল প্ৰণৱ বৈশ্য।


বৰ্তমান মালিগাঁৱৰ ৰে'লৱে মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ আছে প্ৰণৱ বৈশ্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ