--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ। নিশা হ'লেই তিতাবৰৰ কেছাইখাটিৰ এটা পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

ডিজিটেল ডেস্কঃ তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ। নিশা হ'লেই তিতাবৰৰ কেছাইখাটিৰ এটা পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।


ৰাতুল খাৰিয়া নামৰ লোকজনৰ ঘৰৰ টিনপাতৰ ওপৰত পৰে শিল, ইটা, তামোল ইত্যাদি। ঘৰৰ টিনপাতত বৰষুণৰ দৰে সৰি পৰেশিল, ইটা, তামোল।


কোনে মাৰিছে চাবলৈ বিচাৰি গ'লে কাকো দেখা নাপায় গৃহস্থই। গোটেই ৰাতি পহৰা দিলেও একো ধৰা নপৰে। মাথোঁশিল, ইটা, তামোল আদিৰ বৰ্ষণ হৈ থাকে।


এতিয়া সকলোৰে সন্দেহ এয়া কোনো অদৃশ্য শক্তিৰ কাম ! এক কথাত ভূত !


উপায়হীন ৰাতুল খাৰিয়াৰ পৰিয়ালৰ একমাত্ৰ ভৰসা ভগৱান। ভগৱানৰ নাম লৈ ভূতৰ পৰা পৰিত্ৰাণ পাবলৈ কৰাইছে ভাগৱত পাঠ


কিন্তু নাই, ভাগৱত পাঠ চলি থাকিলেও অদৃশ্য শক্তিয়ে কৰি গৈছে নিজৰ কাম। টিনপাততদলিয়াইছে শিল গুটি, আতংকিত হৈ পৰিছে এতিয়া পৰিয়ালটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা