--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • মুখ্যমন্ত্ৰীৰ নাম লৈ ঠিকাদাৰে মইমতালিৰে কাম কৰাৰ অভিযোগ।

ডিজিটেল ডেস্কঃ যোৰহাটৰ পুৰণা বাছ আস্থানত গেছৰ পাইপ ফাটি যোৱাৰ ফলত আতংকময় পৰিস্থিতিৰ সৃষ্টি।


মুখ্যমন্ত্ৰীৰ নাম লৈ ঠিকাদাৰে মইমতালিৰে কাম কৰাৰ অভিযোগ।


এই অভিযোগ আমাৰ নহয় যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ।


পুনৰ এবাৰ জ্বলি শেষ হৈ গ'ল হেঁতেন চক বজাৰ।


ভয়ানক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা।


ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবে গেছৰ পাইপ ফুটে


কম পৰিমাণে আঘাতপ্ৰাপ্ত এগৰাকী যুৱতী।


হঠাতে আজি ঠিকাদাৰে কোনো সময় নিদিয়াকৈ অস্থায়ী চক বজাৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ কাষতে এফালৰ পৰা খান্দিবলৈ আৰম্ভ কৰাৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হয়।


ঠিকাদাৰৰ মন্তব্য পৌৰসভাৰ লগত আলোচনা মৰ্মে আজি কাম আৰম্ভ কৰিছিল আনহাতে পৌৰসভাৰ মতে আলোচনা কৰিছিল ঠিকেই লিখিতভাৱে অনুমতি লোৱা নাছিল।


মানুহৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান ৰাইজৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ