--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  যোৱা এদিনীয়া বিশ্বকাপত ভাৰতীয় এটা সংস্থাক কেইবাটাও দলৰ পৃষ্ঠপোষক হিচাপে দেখা গৈছিল। শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা, আফগানিস্তান, নেদাৰলেণ্ডৰ দৰে দলৰ জাৰ্চিত আমূলৰ চিহ্ন আছিল। আগন্তুক টি-২০ বিশ্বকাপত আয়াৰলেণ্ড আৰু স্কটলেণ্ডৰ জাৰ্চিত দেখা যাব আমূলৰ প্ৰতিদ্বন্দ্বী সংগঠনসমূহৰ ভিতৰত এটাৰ প্ৰতীক।

কৰ্ণাটকৰ গাখীৰ উৎপাদক নন্দিনী ডেইৰীয়ে ইউৰোপৰ এই দুখন দেশৰ ক্ৰিকেট দলক পৃষ্ঠপোষকতা কৰিব। কৰ্ণাটক মিল্ক ফেডাৰেচনৰ ড্ৰেছ কোড হৈছে নন্দিনী ডেইৰী। দক্ষিণ ভাৰতীয় কোম্পানীটোৱে এনাৰ্জি ড্ৰিংককে ধৰি কেইবাটাও নতুন সামগ্ৰী বজাৰলৈ আনিছে। তেওঁলোকে প্ৰমোচনৰ মঞ্চ হিচাপে বাছি লৈছে টি-২০ বিশ্বকাপক। সেয়েহে আয়াৰলেণ্ড আৰু স্কটলেণ্ডৰ দৰে দলত যোগদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সৈতে নন্দিনী ডেইৰীৰ চুক্তি সন্দৰ্ভত তেওঁ একো নক’লে। বিশ্বকাপত প্ৰমোচনৰ বাবে কিমান টকা বিনিয়োগ কৰা হৈছে সেই কথা তেওঁ কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী