--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আউট হোৱাৰ পাছত ড্ৰেছিং ৰুমলৈ উভতি যোৱাৰ সময়ত বহুতে নিজৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায়। কোনোবাই আকৌ বাউণ্ডেৰীত পেড-গ্লভ-বেটটো দলিয়াই দিয়ে, হতাশ হৈ ডাগআউটত বহে। কিন্তু বিৰোধী দলৰ ড্ৰেছিং ৰুমত প্ৰৱেশ! ডেভিদ ৱাৰ্নাৰে সেইটোৱেই কৰিলে। 

টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত ওমানৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰে ৱাৰ্নাৰে। ৫১টা বলত ৫৬ ৰানৰ ইনিংছ খেলিছিল। টি-২০ মানৰ ইনিংছ নাছিল যদিও সেই পৰিস্থিতিত ইয়াৰ প্ৰয়োজন আছিল। কাৰণ ইটোৰ পিছত সিটো উইকেট হেৰুৱাই অষ্ট্ৰেলিয়া হেঁচাত পৰিছিল। ষ্ট’ইনিছে দলটোৰ স্থিতি দৃঢড় কৰে। ৩৬টা বলত ৬৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। দলটোৰ অল ৰাউণ্ডাৰে আধা ডজন ছয় মাৰিলে। 

১৯ অভাৰৰ পঞ্চম বলত ৱাৰ্নাৰ আউট হৈছিল। ৬ ফোৰ আৰু ১ ছয় ইনিংছ কৰি উভতি অহাৰ সময়ত দেখা গ’ল যে তেওঁ ভুলতে ওমানৰ ড্ৰেছিং ৰুমৰ চিৰি বগাবলৈ আৰম্ভ কৰিছিল। কেইখোজমান বগাই যোৱাৰ পাছত পিছফালৰ পৰা কোনোবাই মাতি তাৰ ভুলটো আঙুলিয়াই দিলে। তাৰ পিছত ৱাৰ্নাৰক নিজৰ ড্ৰেছিং ৰুমৰ চিৰিৰে নামি অহা দেখা যায়। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ