--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিদৰে জ্যোতিষী, হস্তৰেখা , সংখ্যা বিজ্ঞানৰ জৰিয়তে এজন ব্যক্তিৰ ভৱিষ্যতৰ বিষয়ে বহু কথা জানিব পৰা যায়। একেদৰে সামুদ্ৰিক শাস্ত্ৰতো মানুহৰ শৰীৰৰ গঠন, তিল, চিন আদিৰ জৰিয়তে বহু কথা অনুমান কৰিব পাৰি। সামুদ্ৰিক শাস্ত্ৰতো ভৰিৰ আঙুলিৰ বিষয়ে বহু তথ্য দিয়া হৈছে। আঙুলিৰ আকৃতিৰ পৰা ব্যক্তিজনৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিষয়ে বহু তথ্য পোৱা যায়।

It's not easy being square (and it is even worse to be triangular) –  walkwellstaywell
• ভৰিৰ আঙুলি আকাৰত অলপ ডাঙৰ হোৱা লোকক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। বিবাহিত জীৱনত বহুত সুখ পায়। পত্নীয়ে বহুত সহায় কৰে। এনে লোকৰ বিয়া হয়  ব্যৱসায়ী বা চাকৰিৰ কৰ্মীৰ লগত।

• একে সময়তে ভৰিৰ আঙুলি চেপেটা তথা বহল আকৃতিৰ লগতে যিসকল লোকৰ সকলো আঙুলিৰ মাজৰ দূৰত্বত ফাঁক থাকে। এনে মানুহৰ সদায় টকাৰ অসুবিধা থাকে। সদায় আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু ভাগৰি নপৰাকৈ সংগ্ৰাম কৰিলে সফল হ'ব পাৰে। 

• সমুদ্ৰিক শাস্ত্ৰৰ মতে যিসকল লোকৰ ভৰিৰ আঙুলি সোঁফালে হেলনীয়া হয়। তেন্তে এনে লোকক অতি সৌভাগ্যৱান বুলি গণ্য কৰা হয়। তেওঁলোকে সকলো ধৰণৰ সুখ পায়, জীৱনত যি কৰিব বিচাৰে, তাকে লাভ কৰিবলৈ সক্ষম হয়।

• যিসকল লোকৰ ভৰিৰ মধ্যমা আঙুলি বুঢ়া আঙুলিতকৈ ডাঙৰ হয় তেতিয়া এনে ব্যক্তি শিক্ষিত হয়। এই লোকসকলে নিজৰ বুদ্ধিমত্তাৰ বলত টকা উপাৰ্জন কৰে। এই লোকসকলে নিজৰ বৌদ্ধিক ক্ষমতাৰ ভিত্তিত বহু স্থান লাভ কৰে।

• যিসকল লোকৰ বুঢ়া আঙুলিতকৈ মধ্যমা আঙুলি সৰু, তেতিয়া এনে ব্যক্তিয়ে নাৰী সুখ খুব কমেইহে পায়। তেওঁলোকৰ বিবাহিত জীৱন সুখী নহয় আৰু পত্নীয়ে প্ৰতিটো কামতে সহায় নাপায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক