--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টাইগাৰ ৩ ৰ শ্বুটিঙৰ কামত বৰ্তমান তুৰস্কত আছেগৈ ছলমান খান। তেওঁৰ সৈতে আছে মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফো। পিছে তুৰস্কত ছলমান-কেটৰিনাই কেৱল শ্বুটিঙেই কৰা নাই। সাক্ষাৎ কৰিছে তুৰস্কৰ নেতা-মন্ত্ৰীকো। শেহতীয়াকৈ তুৰস্কৰ সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী মেহমেত নুৰি এৰচয়ে তেওঁৰ চ’ছিয়ল মিডিয়া হেণ্ডলত শ্বেয়াৰ কৰিছে এখনি বিশেষ আলোকচিত্ৰ।

আলোকচিত্ৰখন বিশেষ, কিয়নো ইয়াত তুৰস্কৰ মন্ত্ৰীগৰাকীৰ সৈতে দেখা গৈছে বলিউডৰ মহা তাৰকা ছলমান খান আৰু অভিনেত্ৰী কেটৰিনা কাইফক।
উৎফুল্লিত মন্ত্ৰী মেহমেত নুৰিয়ে লিখিছে- - “ মই বলিউডৰ বিখ্যাত অভিনেতা-অভিনেত্ৰীদ্বয় চলমান খান আৰু কেটৰিনা কাইফক সাক্ষাৎ কৰো। দুয়ো আমাৰ দেশলৈ আহিছে তেওঁলোকৰ এক নতুন প্ৰকল্পৰ কামত।আহি থকা দিনত আমি এইধৰণৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বোলছৱিৰ প্ৰকল্পসমূহ আমাৰ দেশত অধিক সংখ্যাত ৰূপায়ণ কৰিম”।


যি নহওঁক, দেখা গৈছে যে ছলমান-কেটৰিনাৰ গ্লেমাৰৰ চমক কেৱল ভাৰততেই নাই। সুদূৰ তুৰস্কৰ ক্ষমতাশালী নেতাও বাৰুকৈয়ে মোহিত ভাৰতীয় মহাতাৰকাৰ চমকনিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ