--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
জনপ্ৰিয় অভিনেত্ৰী নীনা গুপ্তাই এক সাক্ষাৎকাৰত অতীতৰ বহু কথা সুঁৱৰি আৱেগিক হৈ পৰে৷ এই সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰিছিল কেনেকৈ  উপযুক্ত হোৱা স্বত্বেও নিৰ্বাচিত চৰিত্ৰত কাষ্ট কৰা হোৱা নাছিল তেওঁক ।তেওঁ কয় যে, এই  উদ্যোগটোত বিনয়ী হোৱাটোৱে কাম নিদিয়ে।

অভিনেত্ৰী নীনা গুপ্তাই শেহতীয়াকৈ এক পুৰণি স্মৃতি   ভাগ বতৰা কৰিছিল৷  তেওঁৰ বন্ধুৱে তেওঁক তেওঁৰ চলচ্চিত্ৰত কাষ্ট কৰা নাছিল যদিও সেই প্ৰকল্পটোত তেওঁৰ বাবেই  এটা চৰিত্ৰ তৈয়াৰ কৰা হৈছিল। এক  সাক্ষাৎকাৰত, নীনা গুপ্তাই স্পষ্টকৈ কয় যে এই উদ্যোগটোত  নিৰ্লজ্জ হ'ব লাগিব। তেওঁ বিশ্বাস কৰে যে শালীনতাই ইয়াত কাম নকৰে। 

নীনা গুপ্তাক শেষবাৰৰ বাবে সূৰজ বৰজাতিয়াৰ উনচাইত অমিতাভ বচ্চন, বোমান ইৰাণী, অনুপম খেৰ, ডেনি ডেনজংপা, নাফিছা আলী, চাৰিকা আৰু পৰিণীতি চোপ্ৰাৰ সৈতে দেখা গৈছিল। নীনাই সঞ্জয় মিশ্ৰাৰ সৈতে বধত অভিনয় কৰিব। 

 সেই বিশেষ চলচ্চিত্ৰখনৰ লণ্ডনত দৃশ্যগ্ৰহণ চলি থকা সময়ত  নীনা গুপ্তাই  লেডিজ স্পেচিয়েলত কাম কৰিছিল। সেই সময়তেই তেওঁ জানিব পাৰিছিল যে চলচ্চিত্ৰখনত এটা চৰিত্ৰ আছে নীনাৰ বয়সৰ সৈতে সাদৃশ্য থকা৷কিন্তু কথা দিয়া স্বত্বেও । সেই চৰিত্ৰত তেওঁক কাষ্ট কৰা হোৱা নাই বুলি গম পোৱালৈকে  ইতিমধ্যে শ্বুটিং আৰম্ভ হৈছিল। আনফালে,নীনা গুপ্তাই তেওঁ অভিনয় কৰিবলগীয়া চৰিত্ৰটিৰ কথা সুধোতে পাহৰিলোঁ বুলিয়েই দ্বায়িত্ব সামৰিছিল পৰিচালকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক