--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেতা  ৰণবীৰ কাপুৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ দৰ্শকৰ  প্ৰিয় অভিনেতাসকলৰ মাজৰে এজন। নিজস্ব শৈলীৰ অভিনয়ৰে  তেওঁ লাখ লাখ লোকৰ হৃদয়ত এক পৃথক স্থান দখল কৰি লৈছে। দৰ্শকে তেওঁৰ বিভিন্ন ৰুচিৰ  চলচ্চিত্ৰবোৰ খুবেই  ভাল পায়। তেওঁৰ  ছবি চোৱাৰ বাবে এক বেলেগ ধৰণৰ  অনুৰাগী তথা দৰ্শকেই  আছে। অভিনেতাজনক সোনকালেই এখন ৰোমাণ্টিক কমেডি ছবিত দেখা যাব। এই ছবি খনেই হ’ব পাৰে  ৰণবীৰ কাপুৰৰ  অন্তিম খন ৰোমাণ্টিক কমেডি ছবি । 

এয়া  ৰণবীৰে নিজেই কোৱা কথা। শেহতীয়াকৈ অভিনেতগৰাকীয়ে  লোহিত সাগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত কয়, "মই নাজানো ,কিন্তু বয়স হোৱাৰ লগে লগে এনে ছবিত অভিনয় কৰাটো ভাল নহ’ব বুলিয়েই মই ভাবো। সম্ভৱতঃ মই কৰা অন্তিম ৰোমাণ্টিক কমেডীবোৰৰ এখন মোৰ শেহতীয়া ছবি খনেই  হ'ব।" ৰ

ণবীৰৰ আহিবলগীয়া শিৰোনাম বিহীন ৰোমাণ্টিক ছবি খন  লাভ ৰঞ্জনে পৰিচালনা কৰিছে। ছবিখনত তেওঁৰ সহ-অভিনেতা হৈছে শ্ৰদ্ধা কাপুৰ। এই চলচ্চিত্ৰখনৰ উপৰি ৰণবীৰক শীঘ্ৰেই 'এনিমেল'ত দেখা যাব। চলচ্চিত্ৰখনত তেওঁক এক বিশেষ  চৰিত্ৰত দেখা যাব। ছবিখন পৰিচালনা কৰিছে সন্দীপ ভাঙ্গা ৰেড্ডীয়ে।  তেওঁ কয় যে তেওঁ 'এনিমেল'ৰ চিত্ৰনাট্যৰ চায়েই  সেই  ছবিখনত অভিনয় কৰাৰ সিদ্ধান্ত লৈছিল। 


কিয়নো তেওঁ আৰামৰ ক্ষেত্ৰ খনৰ  পৰা ওলাই আহিব বিচাৰিছিল।অভিনেতাগৰাকীয়ে লগতে কয়  যে তেওঁ তেওঁৰ চৰিত্ৰটোক লৈ  উৎসাহিত বোধ কৰিছিল। ৰণবীৰৰ উপৰি ছবিখনত অনিল কাপুৰ আৰু ৰশ্মিকা মান্দন্নাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৰণবীৰক অলপতে ব্ৰহ্মাস্ত্ৰত দেখা গৈছিল। ছবিখনে বক্স অফিচত ২৫৭.৪৪ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক