--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উৰিয়ামঘাটৰ সমগ্ৰ বনভূমি বন বিভাগৰ নে ৰাজহ ভূমিও আছে বুলি আদালতে কৰিছে প্ৰশ্ন।

ডিজিটেল ডেস্ক :উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।


উৰিয়ামঘাটৰ সমগ্ৰ বনভূমি বন বিভাগৰ নে ৰাজহ ভূমিও আছে বুলি আদালতে কৰিছে প্ৰশ্ন।


ইয়াত চৰকাৰৰ পিএমৱাইৰ ঘৰ প্ৰদান হৈছে নেকি? বিদ্যুত সংযোগ তথা অন্যান্য আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে নেকি? সেয়াও চোৱা হ'ব।


১৪ আগষ্টলৈ চৰকাৰক শপতনামা যোগে নিৰ্দিষ্ট তথ্য সমূহ দাখিলৰ নিৰ্দেশ।


লগতে আবেদনকাৰী পক্ষকো তেওঁলোকৰ হাতত থকা তথ্য সমূহ দাখিলৰ নিৰ্দেশ দিছে আদালতে।


মঙলবাৰে মূখ্য ন্যায়াধীশৰ বিচাৰপীঠে দুখনকৈ আবেদনৰ শুনানি লৈ এই নিৰ্দেশ প্ৰদান কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ