--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঁচী টেষ্টৰ তৃতীয় দিনটোত সৰফৰাজ খানৰ ওপৰত খং উঠিছিল ৰোহিত শৰ্মাৰ। তেওঁ সৰফৰাজ খানক নিৰ্দেশ দিলে যে বেছি সাহস দেখুৱাব নালাগে। দেওবাৰে এই ঘটনা সংঘটিত হয়। সৰফৰাজে অৱশ্যে ৰোহিতৰ নিৰ্দেশ আজ্ঞাকাৰী ছাত্ৰৰ দৰে মানি লৈছিল। 

ইংলেণ্ডৰ ইনিংছৰ শেষৰ ফালে ছাৰফৰাজক বেটছমেনৰ ওচৰত ফিল্ডিং কৰিবলৈ ৰোহিতে নিৰ্দেশ দিয়ে। ছাৰফৰাজে তেনেকৈয়ে চিলি পইণ্টৰ ওচৰত ফিল্ডলৈ আহিছিল। কিন্তু হেলমেট বা গাৰ্ড নোহোৱাকৈ থিয় হৈ আছিল। সেইটো দেখি ৰোহিতে নিজৰ মেজাজটো ৰাখিব পৰা নাছিল। তেওঁ সৰফৰাজক ক'লে, "হে ভাই, হিৰো হ’বলৈ নাযাবা। " সৰফৰাজে লগে লগে মানি ল'লে যে তেওঁৰ ভুল হৈছে।

সাধাৰণতে এজন ফিল্ডাৰক বেটছমেনৰ সন্মুখত থিয় হ’লে হেলমেট আৰু শ্বিন পেড পিন্ধা দেখা যায়। অন্যথা বিপদ সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। ৰোহিতৰ নিৰ্দেশ দেখি সৰফৰাজে ডাগআউটৰ ফালে দৌৰি গ’ল। কে এছ ভাৰত হেলমেট লৈ থিয় হৈ আছিল। ছাৰফৰাজে গৈ হাতৰ পৰা হেলমেটটো লৈ এটা নিৰ্দিষ্ট ঠাইত ফিল্ডিং কৰি থিয় হৈ থাকিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক