--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ দিনা উদযাপনৰ বাবে ফটকা ফুটুৱাটো এক ট্ৰেণ্ডলৈ পৰিণত হৈছে । কিন্তু সাৱধান হওক এটা ফটকাৰ বাবে আপুনি জীৱন-সম্পত্তি হেৰুৱাব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বহু ঠাইত ফটকা নিষিদ্ধ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয়েও ফটকা সন্দৰ্ভত দিছে এক বিশেষ নিৰ্দেশনা।

দীপাৱলীক পোহৰৰ উৎসৱ হিচাপে জনা যায়। দীপাৱলীৰ দিনা সকলোৱে নিজৰ ঘৰখন সুসজ্জিত কৰি ৰাখে আৰু ঘৰত বহুতো প্ৰকাৰৰ লাইটিংও কৰে। আনহাতে দীপাৱলীৰ সময়ত বজাৰ কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ সমান্তৰালকৈ দীপাৱলীৰ নিশাও বহুত ফটকা জ্বলোৱা হয়। ভাৰতৰ মানুহে দীপাৱলীৰ নিশা ফটকা ফুটাই সুখৰ উদযাপন কৰে। কিন্তু এতিয়া ভাৰত চৰকাৰেও ফটকা সন্দৰ্ভত সতৰ্কবাণী দিছে।

দীপাৱলীৰ দিনা উদযাপনৰ বাবে ফটকা ফুটুৱা  হয়, তেতিয়া ফটকাটোৰ বাবেও আপোনাৰ জীৱন-সম্পত্তি হেৰুৱাব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বহু ঠাইত ফটকা নিষিদ্ধ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয়েও ফটকা সন্দৰ্ভত নিৰ্দেশনা দিছে।

ফটকা সন্দৰ্ভত ৰে’ল মন্ত্ৰালয়ে দিছে এটা টুইট। ৰে’ল মন্ত্ৰণালয়ে কৈছে যে ৰে’লত যাত্ৰা কৰি থাকোঁতে লগত লৈ নাযাব ফটকা। ৰে’লত ফটকা লৈ যাত্ৰা কৰাটো শাস্তিযোগ্য অপৰাধ।

এই টুইটত ৰে’ল মন্ত্ৰালয়ৰ পৰা কোৱা হৈছে যে পোহৰৰ উৎসৱ সাৱধানে উদযাপন কৰিব লাগে। ৰে’লত ফটকা বা জ্বলনশীল সামগ্ৰী কঢ়িয়াই নিব নালাগে, সেয়া শাস্তিযোগ্য অপৰাধ। অনুগ্ৰহ কৰি মন কৰক যে ফটকাবোৰে আন কাৰোবাৰ ক্ষতি কৰিব পাৰে। এনে অৱস্থাত ৰে’লেৰে ফটকা লৈ যাত্ৰা কৰাটো অপৰাধ আৰু শাস্তিও দিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক