--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতী সিং সম্প্ৰতি এক বহুল চৰ্চিত নাম।  অভিনেত্ৰীগৰাকীয়ে নিজ দক্ষতাৰ বলত এক অনন্য পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। সকলোৱে এতিয়া তেওঁক এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতা হিচাপে জানে। একংশৰ মাজত আকৌ ভাৰতী এগৰাকী অভিনেত্ৰী হিচাপে পৰিচিত। কপিল শৰ্মাৰ অনুষ্ঠানে হওক বা কমেডী নাইটছে হওক, ভাৰতীৰ আছে সুকীয়া স্থান। ভাৰতীয়ে এতিয়ালৈকে বলীউডত বিশেষ অভিনয় কৰা নাই যদিও আজি ভাৰতী এটা চিনাকি নাম। তাৰে মাজতে আহিছে এক চাঞ্চল্যকৰ খবৰ। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, অভিনেত্ৰীগৰাকীয়ে দিনদিয়েক আগেয়ে জন্ম দিছিল যমজ সন্তান। ভাৰতীয়ে হেনো নিজেই এই কথা সকলোকে কৈছে। ইয়াকে লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। বৰ্তমান ভাৰতী ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তেওঁৰ যমজ সন্তানক লৈ। এই চৰ্চা অব্যাহত থকাৰ মাজতে আচৰিত মন্তব্য কৰিছে তেওঁৰ স্বামী হৰ্ষই। হৰ্ষৰ স্পষ্টমত, ভাৰতীৰ এই যমজ সন্তানৰ পিতৃ তেওঁ নহয়। এই কথা পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াত হৈছে তুমুল চৰ্চা।

স্মৰ্তব্য যে, ভাৰতী সিং সম্প্ৰতি ভাৰতৰ সবাতোকৈ জনপ্ৰিয় তাৰকাসকলৰ মাজত এজন। ভাৰতীৰ কমেডীক লৈ সকলো সময়তে হয় চৰ্চা। এতিয়ালৈকে কেবাখনো ৰিয়েলিটী শ্ব হোষ্ট কৰিছে ভাৰতীয়ে। সেয়া যি কি নহওক, হৰ্ষ আৰু ভাৰতী বৰ্তমান যমজ সন্তানৰ অভিভাৱক। পাছে এই কথা সহজে ল’ব পৰা নাই ভাৰতীৰ স্বামী হৰ্ষই। তেওঁৰ স্পষ্টমত, এই দুই সন্তান তেওঁ নহয়।

এটা ৰিয়েলিটি শ্ব চলাকালীন সময়তে ভাৰতীৰ স্বামীয়ে এনে মন্তব্য কৰিছিল। কিন্তু মন কৰিবলগীয়া যে এই সকলোবোৰ অনুষ্ঠানটোৰ মাজতে ধেমেলীয়া ধৰণে চলি আছিল আৰু ইয়াৰ কোনো সত্যসত্যতা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ