--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড এৰিনাত সবাটোকৈ চৰ্চিত যুটিসমূহৰ ভিতৰত অন্যতম হ’ল অজয় দেৱগন আৰু কাজল। তেওঁলোকৰ মিঠা সম্পৰ্কৰ চৰ্চা হয় ইণ্টাৰনেটত। বহুতে বলীউডৰ এই যুটিটোক 'পাৱাৰ কাপল' নাম দিছে। ইণ্টাৰনেট জগতত শ্বাহৰূখ-কাজলৰ সম্পৰ্কৰ যিমানেই সৰল বিশ্লেষণ নহওঁক কিয়, বাস্তৱত অজয়-কাজলৰ যুটি সদায় আকৰ্ষণীয়, ছুপাৰহিট। তথাপি এই মধুৰ সম্পৰ্কৰ মাজতো আছে  বৈবাহিক বিবাদৰ বিভিন্ন ঘটনা। জানিবলৈ পোৱা মতে,  ক্ষোভিত অজয়ৰ বাবে এবাৰ এই দম্পতীৰ মাজত বৈবাহিক সম্পৰ্কত এক ডাঙৰ সমস্যাই দেখা দিছিল। 

মন কৰিবলগীয়া যে, অজয় দেৱগন আৰু কাজলৰ বৰ্তমান দুটা সন্তান আছে। যুগ আৰু নাইচা। কিন্তু বহুতে হয়তো নাজানে যে, যুগ আৰু নাইছাৰ জন্মৰ পূৰ্বে কাজলৰ দুবাৰ গৰ্ভপাত হৈছিল। আৰু এই ঘটনাটোৰ বাবে কাজলক দোষাৰোপ কৰিছিল অজয় দেৱগণে। এই কথাৰ প্ৰসংগ আলোচনাৰ আওতালৈ আহিলেই মনত পৰে ২০০১ চনৰ এটা ঘটনা। গৰ্ভৱতী হৈ থকা অৱস্থাতে শ্বুটিং ছেটত অভিনয় কৰা বাবে অজয় দেৱগণে কাজলক সোধাইছিল প্ৰচণ্ড চৰ। কিয় এনে কৰিছিল অজয়ে?

জানিবলৈ পোৱা মতে, কাজল গৰ্ভৱতী হৈ থকা সময়ত অজয় দেৱগণে কাজলক অভিনয় কৰাত বাধা দিছিল। কিন্তু স্বামীৰ কথা নুশুনি কাজলে কৰণ জোহৰৰ ছবি ‘কভি খুশী কভি গম’ত দৃশ্যগ্ৰহণৰ বাবে ৰাজি হৈছিল কাজল। তাৰ পিছত, শ্বাহৰূখ খানৰ সৈতে ‘ইয়ে লাৰ্কা হায় আল্লা’ গীতটোৰ শ্বুটিঙৰ সময়ত হঠাতে মূৰ ঘূৰাই পৰিছিল। খবৰ পোৱাৰ লগে লগে অজয় দেৱগণে তৎক্ষণাৎ ছেটত উপস্থিত হৈছিল। প্ৰথমে, অজয়ে কাজলক সকলোৰে সন্মুখত চৰিয়াইছিল। ইয়াৰ পাছত গৰ্ভৱতী মহিলাক নৃত্য কৰোৱাৰ বাবে পৰিচালক কৰণ জোহৰৰ ওপৰতো খং দেখুৱাইছিল অজয় দেৱগণে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ