--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পিছত ইংলেণ্ড ভাৰতলৈ আহি পাঁচ টেষ্টৰ শৃংখলা খেলিব। বেন ষ্ট’কছৰ সৈতে থাকিব এজন বিশেষ ব্যক্তি। তেওঁৰ নাম ওমৰ মেজিয়ান। পেছাত তেওঁ ৰান্ধনী। ইংৰাজসকলে ভাৰত ভ্ৰমণৰ সময়ত ফিট কৰি ৰাখিবলৈ মেইজিয়ানৰ ৰন্ধন প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰিছে।

ইংৰাজী প্ৰিমিয়াৰ লীগ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল দলৰ ৰান্ধনী হিচাপে পৰিচিত মেজিয়ান। ইংলেণ্ড ক্ৰিকেট দলতো কাম কৰিছিল। ২০২২ চনৰ ডিচেম্বৰ মাহত মেজিয়ানেও ষ্ট’কছৰ সৈতে পাকিস্তান ভ্ৰমণ কৰিছিল। ইংলেণ্ডৰ বেছিভাগ ক্ৰিকেটাৰে ভাৰতীয় উপমহাদেশৰ মছলাদাৰ খাদ্য ভাল নাপায়।

ইংলেণ্ডৰ "দ্য টেলিগ্ৰাফ" কাকতখনে তেওঁলোকৰ প্ৰতিবেদনত লিখিছে, "ইংলেণ্ডে ভাৰত ভ্ৰমণৰ বাবে দলটোৰ সৈতে এজন ৰান্ধনীক লৈ গৈছে। সাত সপ্তাহৰ এই ভ্ৰমণত ক্ৰিকেটাৰসকল যাতে বেমাৰত নপৰে তাৰ বাবে ৰান্ধনীগৰাকীক লৈ যোৱা হৈছে।’’

 ২৫ জানুৱাৰীত হায়দৰাবাদত আৰম্ভ হ’ব প্ৰথমখন টেষ্ট। তাৰ আগতে ৰান্ধনীজনে দলত যোগদান কৰিব। তেওঁৰ দায়িত্ব হ’ব ক্ৰিকেটাৰসকলৰ পুষ্টি চোৱাচিতা কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক