--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজিটেল ডেস্কঃ ফল-মূল আৰু শাক-পাচলিৰ জৰিয়তে বহুতো স্বাস্থ্য উপকাৰ লাভ কৰিব পাৰি। ইয়াৰ মাজত ভেণ্ডীও আছে। ভেণ্ডীৰ জৰিয়তে বহু ধৰণৰ সুবিধা লাভ কৰিব পাৰি। কেৱল ভেণ্ডীয়ে নহয় ভেণ্ডীৰ পানীৰ পৰাও মানুহে বহুত সুবিধা পাব পাৰে। ভেণ্ডী তিয়াই থৈ ৰাতিপুৱা ইয়াৰ পানী খালে তেজৰ ছুগাৰৰ লগতে কলেষ্টেৰলৰ মাত্ৰাও বজাই ৰাখিব পাৰি।

ভেণ্ডীৰ পানীয়েও ৰাইজক বহুত স্বাস্থ্যকৰ উপকাৰ দিব পাৰে। ভেণ্ডী নিজেই অতি পুষ্টিকৰ আৰু এণ্টিঅক্সিডেণ্টৰ প্ৰচুৰ উৎস। ভেণ্ডীৰ পানীয়ে ওজন হ্ৰাস কৰা আৰু তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰাকে ধৰি আন কেইবাটাও স্বাস্থ্য উপকাৰীতাও প্ৰদান কৰিব পাৰে। ভীমকলৰ পানী পুষ্টিকৰ, সুষম খাদ্যৰ অংশ হিচাপে উপভোগ কৰিব পাৰি যাতে ইয়াৰ সম্ভাৱ্য উপকাৰ সৰ্বাধিক হয়।

ভেণ্ডীৰ কথা ক’বলৈ গ’লে ফাইটোকেমিকেল, এণ্টিঅক্সিডেণ্ট, পটাছিয়াম, ভিটামিন চি, কেলচিয়াম, প্ৰ’টিন, ফ’লেট, লিন’লিক এচিডকে ধৰি বহু পুষ্টিকৰ উপাদান ভেণ্ডীত পোৱা যায়। এই সকলোবোৰ উপাদানৰ পৰা শৰীৰে পুষ্টি লাভ কৰে আৰু শৰীৰ সুস্থ হৈ উঠে। আনহাতে কাৰোবাৰ তেজৰ অভাৱ হ’লে ভেণ্ডীৰ পানী খাই সেই সমস্যা আঁতৰাব পাৰি। ইয়াৰ উপৰিও ভেণ্ডীৰ পানী সেৱন কৰি কৰ্কট ৰোগৰ আশংকা কমাব পাৰি। আনহাতে, কলেষ্টেৰল আৰু ব্লাড ছুগাৰ কমোৱাৰ বাবেও ভীমকলৰ পানী অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস