--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন বি ৭ক বায়’টিন বুলিও কোৱা হয়, ই আপোনাৰ খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। চকু, চুলি, ছাল আৰু মগজুৰ কাৰ্য্যৰ বাবে ই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও ই লিভাৰৰ কাৰ্য্যত সহায় কৰিব পাৰে। বায়’টিন হৈছে পানীত দ্ৰৱীভূত ভিটামিন, অৰ্থাৎ আপোনাৰ শৰীৰে ইয়াক জমা নকৰে। ফলত পৰ্যাপ্ত মাত্ৰা বজাই ৰাখিবলৈ নিয়মিতভাৱে সেৱন কৰিব লাগিব। সাধাৰণতে বায়’টিনৰ অভাৱ অতি বিৰল, কাৰণ আমাক দৈনিক মাত্ৰ ৩০ গ্ৰামহে লাগে। কোনবোৰ খাদ্য খাই বায়’টিন লাভ কৰিব পাৰি জানো আহক।

ভিটামিন বি ৭ থকা খাদ্য

১/ কলঃ সমগ্ৰ বিশ্বতে কল অন্যতম জনপ্ৰিয় ফল। ইয়াত আঁহ, কাৰ্ব, বি ভিটামিন, তাম আৰু পটাছিয়াম থাকে। ইয়াত বায়’টিনো পোৱা যায়। সাধাৰণতে এই ফল পোনপটীয়াকৈ খোৱা হয় যদিও বহুতে ইয়াক মিল্ক শ্বেকত দি খায়। 

২/ মিঠা আলুঃ মিঠা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু কেৰটিনয়ড এন্টিঅক্সিডেন্ট থাকে;১/২ কাপ (১২৫ গ্ৰাম) সিজোৱা মিঠা আলুত ২.৪ মাইক্ৰ’গ্ৰাম ভিটামিন বি ৭ থাকে, যিটো দৈনিক প্ৰয়োজনৰ ৮ শতাংশ। 

৩/ বাদাম আৰু বীজঃ বাদাম আৰু বীজক আঁহ, অসংপৃক্ত চৰ্বি আৰু প্ৰটিনৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে অধিক পৰিমাণৰ ভিটামিন বি ৭ যোগান ধৰে। উদাহৰণস্বৰূপে, ১/৪ কাপ (২০ গ্ৰাম) টোষ্ট কৰা সূৰ্য্যমুখীৰ বীজত ২.৬ মাইক্ৰ’গ্ৰাম, আনহাতে ১/৪ কাপ (৩০ গ্ৰাম) টোষ্ট কৰা আলমণ্ডত ১.৫ মাইক্ৰ’গ্ৰাম বায়’টিন থাকে। সেইবাবেই ইয়াক নিয়মীয়াকৈ গ্ৰহণ কৰক।

৪/ মাশ্বৰূমঃ মাশ্বৰূমক পুষ্টিকৰ উৎস বুলি কোৱা হয়, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন বি ৭ থাকে। প্ৰায় ১২০ গ্ৰামভিটামিন বি ৭ৰ অভাৱ চুলি আৰু চকুৰ বাবে ক্ষতিকাৰক, এই ৫ টা বস্তু খালে ক্ষতি নিয়ন্ত্ৰণ হ’ব মাশ্বৰূমত ২.৬ মাইক্ৰ’গ্ৰাম বায়’টিন থাকে, যিটো দৈনিক প্ৰয়োজনৰ ১০ শতাংশ। একে সময়তে ১ কাপ (৭০ গ্ৰাম) সতেজ ভেঁকুৰত ৫.৬ মাইক্ৰ’গ্ৰামতকৈ কম ভিটামিন বি ৭ থাকে, যিটো দৈনিক প্ৰয়োজনৰ ১৯ ​​শতাংশ।



how-to-get-rid-of-vitamin-b7


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ