--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই চাহ খাই ভাল পায়। চাহৰ লগত কিবাকিবি বস্তু খাই বহু লোকে ভালপায়।মানুহে প্ৰায়ে চাহৰ লগত পৰঠা, পুৰী, পকৰী, চিংৰা, মিঠাই বা বিস্কুট খায়। আনহাতে বহুতৰে চাহৰ লগত খোৱাৰ ইমান বেয়া নিচা যে দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ পাছতো কিবাকিবি বস্তুৰ সৈতে চাহ খাই ভাল পায়। কিন্তু আপুনি জানেনে যে কিছুমান বস্তু চাহৰ লগত একেবাৰে সেৱন কৰিব নালাগে।ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য নষ্ট হ'ব পাৰে। 

ভুলতো চাহৰ লগত এইবিলাক নাখাব-

১) চাহৰ সৈতে ফ্ৰেঞ্চ ফ্ৰাইঃ বহু সময়ত দেখা যায় যে মানুহে চাহৰ লগত ফ্ৰেঞ্চ ফ্ৰাই, বাৰ্গাৰ, পিজ্জা আদি ভাল পায়। কিন্তু আপুনি জানেনে যে এইবোৰ সেৱনে আপোনাৰ লিভাৰত বহুত বেয়া প্ৰভাৱ পেলায়। এই সকলোবোৰ খাদ্য চৰ্বিৰে ভৰপূৰ, যিটো হজম কৰিবলৈ লিভাৰে বহুত কষ্ট কৰিব লগা হয়। সেইবাবেই ফ্ৰেঞ্চ ফ্ৰাই চাহৰ লগত খাব নালাগে।

২) অধিক নিমখ থকা বস্তু সেৱন কৰাঃ চাহৰ লগত নিমখীয়া খোৱাটো স্বাস্থ্যৰ বাবে বেয়া। চাহৰ লগত অধিক নিমখীয়া বস্তু খালে শৰীৰত পানীৰ  সমস্যা হ’ব পাৰে। ইহঁতে মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩) ব্ৰেডৰ লগত চাহ খোৱাৰ অভ্যাসঃ বেছিভাগ মানুহেই ব্ৰেকফাষ্টত চাহৰ সৈতে ব্ৰেড খাবলৈ ভাল পায় যদিও দৈনন্দিন জীৱনৰ এই অভ্যাস স্বাস্থ্যৰ বাবে অধিক ক্ষতিকাৰক। আপোনালোকক জনাওঁ যে চাহৰ লগত ব্ৰেড খালে ব্লাড চুগাৰ বৃদ্ধি পায় আৰু পেটৰ সমস্যাও হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক