--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছৰম ৰং গীতটিৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা অভিনেত্ৰী দীপিকা পাডুকনক বহু দিন ধৰি মানুহে ৰাজহুৱা স্থানত দেখা নাছিল। এতিয়া পাঠান ছবি খনো হিট হ’ল আৰু দীপিকায়ো যেন মুকলি মনেৰে বাহিৰলৈ ওলাইছে। শেহতীয়াকৈ ভূটানৰ ৰাজপথত অকলশৰীয়াকৈ বহি থকা দেখা গৈছে দীপিকা পাডুকনক।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Deepika Padukone (@deepikapadukone)


কেতিয়া দীপিকা পাডুকনে ভূটানৰ ৰাস্তাত অকলে খোজো কাঢ়িছে। ভূটানৰ  প্ৰাকৃতিক সৌন্দৰ্যত নিজকে যেন বিলীন কৰি দিব বিচাৰিছে দীপিকাই।  দীপিকাৰ শেষবাৰৰ বাবে মুক্তি পোৱা ছবিখনে এক হাজাৰ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে।  ইয়াৰ মাজতে  ৰণবীৰ আৰু দীপিকাৰ বিচ্ছেদৰ উৰাবাতৰিও বিয়পি পৰিছে। 
 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Deepika Padukone (@deepikapadukone)


 অৱশ্যে অভিনেত্ৰীগৰাকীয়ে এনে অপপ্ৰচাৰৰ মাজতে  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন কৰিবলৈ ৰণবীৰৰ হাতত ধৰিয়েই  গৈছিল। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি  দীপিকা ভূটানলৈ ভ্ৰমণৰ বাবে গৈছে।ভূটানক 'লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন' বুলি কোৱা হয়। দীপিকাই ভূটানৰ  হেচটেগৰ সৈতে কেইবাখনো ছবি আপলোড কৰিছে। 


 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Deepika Padukone (@deepikapadukone)


কেতিয়াবা তেওঁক নিৰ্জন অৰণ্যত বহি থকা দেখা গৈছে, কেতিয়াবা অভিনেত্ৰীগৰাকীয়ে পথত খোজ কাঢ়ি থকা দেখা গৈছে।দীপিকাই ভূটানৰ  খাদ্য গ্ৰহণ কৰিও আপ্লুত হৈছে। কিন্তু দীপিকাৰ এই যাত্ৰাক লৈ  ৰণবীৰ সিঙৰ কোনো প্ৰতিক্ৰিয়া বা মন্তব্য পৰিলক্ষিত হোৱা  নাই।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement