--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে সম্পৰ্কৰ টান হোৱাৰ বাবে মালদ্বীপত পৰ্যটকৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছিল। এনে পৰিস্থিতিত ভাৰতীয় দৰ্শকক ঘূৰাই অনাৰ বাবে তেওঁলোকে পুনৰ নতুন দিল্লীৰ আশ্ৰয় লয়। সেই দেশৰ এটা আগশাৰীৰ পৰ্যটন গোটে ভাৰতৰ বিভিন্ন চহৰত ৰোড-শ্ব’ কৰাৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় পৰ্যটকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ লগে লগে ‘মালদ্বীপ এছ’চিয়েশ্যন অৱ ট্ৰেভেল এজেণ্টছ এণ্ড ট্যুৰ অপাৰেটৰছ’ বা ‘মাটাটো’ই মালদ্বীপৰ ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে এক বৈঠকত মিলিত হয়। এইবাৰ পৰ্যটন গোটটোৱে মালদ্বীপৰ সৈতে ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ দেশৰ ডাঙৰ ডাঙৰ চহৰত ৰোড শ্ব’ অনুষ্ঠিত কৰিবলৈ ওলাইছে।

মালদ্বীপৰ পৰ্যটন বিভাগৰ পৰিসংখ্যা অনুসৰি চলিত বৰ্ষৰ ১০ এপ্ৰিল পৰ্যন্ত সেই দেশলৈ ৬ লাখ ৬৩ হাজাৰ ২২৯ গৰাকী পৰ্যটক আহিছে। পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত চীন শীৰ্ষত আছে, যাৰ সৈতে মালদ্বীপৰ বৰ্তমানৰ চৰকাৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে যাৰ সৈতে ই বাৰে বাৰে আলোচনাত নামি আহিছে। ইয়াৰ পিছতে ক্ৰমে ব্ৰিটেইন, ৰাছিয়া, ইটালী, জাৰ্মানী আৰু ভাৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ