--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হানি সিঙে যোৱা কেইবছৰমান মানসিক স্বাস্থ্যৰ সৈতে যুঁজি আছে। ছয় বছৰতকৈও অধিক সময়  তেওঁ লাইমলাইটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। অন্তিম এলবামটো ২০১৬ চনত মুক্তি দিয়া হৈছিল। কিন্তু দীঘলীয়া বিৰতিৰ অন্তত ঘূৰি আহিছে জনপ্ৰিয় ৰেপাৰগৰাকী। তেওঁৰ নতুন সংগীত ভিডিঅ' এই বছৰ মুকলি কৰা হ'ব। কিন্তু যোৱা ছয় বছৰ তেওঁৰ বাবে সহজ নাছিল। সেইসময়ত, অভিনেত্ৰী দীপিকা পাডুকোনে হানিলৈ সহায়ৰ হাত আগবঢ়াইছিল। অৱশ্যে, দীপিকাৰ বাহিৰেও উদ্যোগটোৰ সকলো ডাঙৰ তাৰকাই নিয়মীয়াকৈ তেওঁৰ খা খবৰ লৈছিল।

এসময়ত দীপিকাও হতাশাত ডুব গৈছিল। গতিকে তেওঁ নিজৰ অভিজ্ঞতা বুজিয়ে হানি সিঙৰ অসুস্থতাক সহায় কৰিছিল। হানিয়ে কৈছিল যে তেওঁক দীপিকাই দিয়া চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। তেওঁক তাত দীৰ্ঘদিন ধৰি চিকিৎসা কৰা হৈছিল। হানিয়ে কৈছিল, "মোৰ কঠিন সময়ত সকলোৱে মোক সহায় কৰিছে। কোনজন চিকিৎসকৰ ওচৰলৈ যাব লাগে মই জানিব পৰা নাছিলো। দীপিকাই সহায় কৰিছিল। মই দিল্লীৰ এজন চিকিৎসকৰ ওচৰলৈ গৈছিলো। মোৰ দৰে, দীপিকাও একেই পৰিস্থিতিৰ মাজেৰে গৈছে।’’

হানিয়ে কৈছিল যে এই ছয় বছৰত অক্ষয় কুমাৰৰ পৰা শ্বাহৰুখ খানলৈকে সকলোৱে তেওঁৰ খা-খবৰ লৈ আছিল। অক্ষয় কুমাৰে নিয়মীয়াকৈ ফোন কৰিছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক