--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংখ্যা বিজ্ঞানৰ মতে ২০২৩ চনৰ জানুৱাৰী মাহটো নিৰ্দিষ্ট তাৰিখত জন্মগ্ৰহণ কৰা লোকৰ বাবে অত্যন্ত ভাগ্যৱান হ’ব। মাহেকীয়া ৰাশিফল ​​অনুসৰি জানুৱাৰী মাহে এই লোকসকলৰ কেৰিয়াৰত অগ্ৰগতি প্ৰদান কৰিব। ইয়াৰ সমান্তৰালকৈ ধনৰ প্ৰবাহ বাঢ়িব। সংখ্যাবিজ্ঞানত ৰেডিক্সৰ ভিত্তিত ভৱিষ্যদ্বাণী কোৱা হয়। ৰেডিক্স হৈছে জন্ম তাৰিখৰ যোগফল। উদাহৰণস্বৰূপে যিকোনো মাহৰ ১৫ তাৰিখে জন্ম লোৱা ব্যক্তিৰ ৰেডিক্স ৬ হ’ব। জন্ম তাৰিখ অনুসৰি জানুৱাৰী মাহটো কাৰ বাবে শুভ হ'ব জানো আহক।

ৰেডিক্স ১- জানুৱাৰী মাহে ৰেডিক্স ১ৰ লোকসকলৰ বাবে যথেষ্ট সকাহ কঢ়িয়াই আনিব। যিবোৰ সমস্যাই আপোনাৰ জীৱনটোক এতিয়ালৈকে কঠিন কৰি তুলিছিল, এতিয়া সেই সমস্যাবোৰ নাইকিয়া হৈ যাব। নতুন নতুন যোগাযোগ হ’ব, যাৰ ফলত আপোনাৰ জীৱনত ধনৰ প্ৰবাহ বৃদ্ধি পাব। বিশেষকৈ মাহৰ দ্বিতীয়াৰ্ধ শুভ হব। পুৰণি বেমাৰৰ পৰা সকাহ পাব। যিকোনো মাহৰ ১, ১০, ১৯, ২৮ তাৰিখে জন্ম হোৱা লোকৰ ৰেডিক্স ১। 

ৰেডিক্স ২- জানুৱাৰী মাহে আপোনাৰ জীৱনটো ইতিবাচকতাৰে ভৰাই তুলিব। আৰ্থিকভাৱে এই মাহটো বিশেষ হ’ব। পুৰণি ঋণৰ পৰা সকাহ পাব। কেৰিয়াৰ উন্নতি হ’ব। আয় বৃদ্ধি হ’ব। যিকোনো মাহৰ ২, ১১, ২০, ২৯ তাৰিখে জন্ম হোৱা লোকৰ ৰেডিক্স ২।

ৰেডিক্স ৪- ২০২৩ চনৰ প্ৰথম মাহত ৰেডিক্স ৪ৰ লোকসকলে বহু সফলতা লাভ কৰিব। কামৰ ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন ইমানেই ভাল হ’ব যে আপোনাৰ শত্ৰুৱেও আপোনাক প্ৰশংসা কৰিবলৈ বাধ্য হ’ব। ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ ভিত্তিত আপুনি মহান সফলতা লাভ কৰিব পাৰে। অৰ্থনৈতিক লাভ হ'ব। অবিবাহিত লোকৰ বিয়া হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো মাহৰ ৪, ১৩, ২২ তাৰিখে জন্ম হোৱা লোকৰ ৰেডিক্স ২।

ৰেডিক্স ৬- ৰেডিক্স ৬ৰ লোকৰ বাবে ২০২৩ চনৰ জানুৱাৰী মাহত শক্তিশালী লাভ আহিব। ব্যৱসায়ত ডাঙৰ লাভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। বিৰোধীয়েও আপোনাক প্ৰশংসা কৰিব। প্ৰেমৰ জীৱনটো আচৰিতভাৱে সুন্দৰ হ’ব। কোনো সুখকৰ যাত্ৰাত যাব পাৰে। যিকোনো মাহৰ ৬, ১৫, ২৪ তাৰিখে জন্ম হোৱা লোকৰ ৰেডিক্স ৬।

ৰেডিক্স ৭- ৰেডিক্স ৭ৰ লোকসকলৰ বাবে গোটেই মাহটো ইতিবাচক শক্তিৰে ভৰা হ’ব। এই কাৰণে আপুনি ডাঙৰ কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায় কৰা লোকসকলৰ বাবে সময় ভাল হ’ব। কামত নিয়োজিত লোকে পদোন্নতি পাব পাৰে। অৰ্থনৈতিক সমস্যাবোৰ নাইকিয়া হৈ যাব। টকা বাঢ়িব। যিকোনো মাহৰ ৭, ১৬, ২৫ তাৰিখে জন্ম হোৱা লোকৰ ৰেডিক্স ৭।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ