--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “যিসকলে মদ্যপান কৰে, তেওঁলোক মৰিবই।” এই মন্তব্য কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। শেহতীয়াকৈ বিহাৰত দেখা দিয়া সুৰা-ট্ৰেজেদীক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনে। কয় যে মদ্যপান হানিকাৰক আৰু ইয়াৰ পৰা আঁতৰি থকা উচিত।

উল্লেখযোগ্য যে বিহাৰৰ ছাৰাণ জিলাত শেহতীয়াকৈ বিষাক্ত সুৰাই ব্যাপক নৰসংহাৰ চলাইছে। এতিয়ালৈকে ৩০ জনকৈ লোকে বিষাদ মদ পান কৰি প্ৰাণ হেৰুৱাইছে। ২০১৬ চনৰ পৰা সুৰানিষিদ্ধ ৰাজ্যখনত এইদৰে সুৰা-ট্ৰেজেদী ঘটাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত নীতিশ কুমাৰে কয় যে সুৰাপান কৰিলে মৃ্তু অনিবাৰ্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকল লোকে সুৰাসমূহ বিক্ৰী কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে।

“মই কৰ্মচাৰীসকলক দৰিদ্ৰ লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মানা কৰিছো। ইতিমধ্যে সুৰা বিক্ৰীৰ সলনি আন উপাৰ্জনৰ বাবে ১ লাখ টকাৰ সাহাৰ্য তেওঁলোকক প্ৰদান কৰিছো। যদি প্ৰয়োজন হয় তেন্তে মই এই সাহাৰ্যৰ পৰিমাণ বঢ়াই দিম।”- মুখ্যমন্ত্ৰীজনে কয়।

আনহাতে, বিহাৰৰ এই সুৰা-ট্ৰেজেডীক লৈ বৃহস্পতিবাৰে ৰাজ্যসভা উত্তাল হৈ আছে। বিৰোধী পক্ষৰ তীব্ৰ বাক্যবানৰ ফলত ১৫ মিনিটৰ বাবে সদন স্থগিত ৰখা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক