--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মাজুলীত এটা চিনেমা হলৰ অভাৱ , "মাজুলীৰ এই বৰ্ষ শেষৰ খন অনুষ্ঠানত মাজুলীত এটা চিনেমা হলৰ নিৰ্মান বাবে চৰকাৰক আহ্বান জনাইছিল শিল্পী গৰাকীয়ে।

ডিজিটেল ডেস্ক :মাজুলীবাসীৰ সুখ দুখত থিয় দিছিল জুবিন গাৰ্গে। প্ৰত্যোকটো সংগীতানুষ্ঠানত মাজুলীক লৈ গৌৰৱ অনুভৱ কৰিছিল প্ৰাণৰ শিল্পীগৰাকীয়ে ।


মাজুলীত এটা চিনেমা হলৰ অভাৱ , "মাজুলীৰ এই বৰ্ষ শেষৰ খন অনুষ্ঠানত মাজুলীত এটা চিনেমা হলৰ নিৰ্মান বাবে চৰকাৰক আহ্বান জনাইছিল শিল্পী গৰাকীয়ে। চৰকাৰে নিৰ্মান নকৰিলে জুবিন গাৰ্গে নিজে নিৰ্মান কৰাৰ কথা দিছিল মঞ্চতে।


আজি মাজুলী বাসীৰ এফালে জুবিন গাৰ্গক হেৰুৱাৰ দুখ, আনফালে এটা ছবিগৃহ নথকাত শিল্পী গৰাকীৰ অন্তিমখন চিনেমা চাবলৈ নোপোৱাৰ দুখ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আজি শিল্পী গৰাকীৰ ৰৈ ৰৈ বিনালে ছবিখন শুভ মুক্তি লাভ কৰা সময়ত ব্যতিক্ৰম হৈ ৰ'ল মাজুলী ।


চৰকাৰলৈ মাজুলীবাসীৰ আহ্বান - জুবিন গাৰ্গৰ শেষৰ আহ্বানৰ প্ৰতি সন্মান জনাই মাজুলীত এটা চিনেমা হল নিৰ্মান কৰাৰ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন