--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুৰ্ঘটনাত আহত ছুইফট ডিজায়াৰৰ চালক সহিতে তিনিজন আৰোহী ।

ডিজিটেল ডেস্কঃ শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।  শিৱসাগৰ বাইপাছৰ চেগুন চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটো।


পথৰ দাঁতিৰ যান্ত্ৰিক বিজুতি ঘটি ৰৈ থকা এখন ডাম্পাৰত খুন্দা মাৰে AS 03 H 7525 নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনে ।


দুৰ্ঘটনাত আহত ছুইফট ডিজায়াৰৰ চালক সহিতে তিনিজন আৰোহী ।


দুজনৰ অৱস্থা সংকটজনক ।


আহত ব্যক্তিকেইজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও গুৰুতৰভাবে আহত দুজন ব্যক্তিক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে প্ৰেৰণ কৰে।


ঘটনাস্থলীত উপস্থিত শিৱসাগৰ আৰক্ষী।


সম্প্ৰতি শিৱসাগৰ জিলাত নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত পথ আৰু পথৰ দাতিত নিয়ম বৰ্হিভূতভাবে যতে ততে ৰখা বাহনৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন