--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১ কোটি টকাত নিলাম হ’ল বিশ্বৰ আটাইতকৈ পুৰণি জিনছ পেণ্টটো। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ উপকূলত ১৮৫৭ চনৰ এখন জাহাজৰ ধ্বংসাৱশেষৰ মাজত লাভ কৰা এটা ট্ৰাংকৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল জিনছটো। ইয়াতকৈ পুৰণি কোনোধৰণৰ জিনছ আগতে উদ্ধাৰ কৰা হোৱা নাছিল।

জিনছটোত পাঁচটা বোটাম আছে। জাহাজত কাম কৰা কোনো শ্ৰমিকে পৰিধান কৰা জিনছ বুলিয়ে অনুমান কৰিছে বিশেষজ্ঞসকলে। উদ্ধাৰ কৰাৰ পাছতে জিনছটো নিলামত উঠে আৰু ১ কোটি টকাত বিক্ৰী হয়।

বিশেষজ্ঞসকলে জনোৱামতে, বগা ৰঙৰ এই জিনছটো আমেৰিকাৰ বিখ্যাত ব্যৱসায়ী লেভি ষ্ট্ৰ’ছে তৈয়াৰ কৰিছিল। লেভি ষ্ট্ৰ’ছ আছিল বিশ্বৰ প্ৰাচীনতম আৰু সুপৰচিতি জিনছ নিৰ্মাতা। কিন্তু কিছুৰ মতে, উদ্ধাৰ হোৱা জিনছটো লেভি ষ্ট্ৰ’চতকৈও পুৰণি। কাৰণ ১৮৭৩ চনৰ পৰাহে লেভি ষ্ট্ৰ’ছে প্ৰথম জিনছ তৈয়াৰ কৰিবলৈ লয়। সেই সময়ৰ খনি শ্ৰমিকসকলে ব্যৱহাৰ কৰিবলৈ জিনছ পেণ্টসমূহ তৈয়াৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান