--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া কৰাই অনাৰ পাছত আপোনাৰ নৱবিবাহিতা পত্নীক কি উপহাৰ দিবলৈ মন যাব? নিশ্চয় জীৱনভৰ মনত থাকি যাব পৰা কোনো মৰমৰ উপহাৰ৷ কিন্তু পাকিস্তানৰ এগৰাকী যুৱকে নৱবিবাহিতা পত্নীক যিটো উপহাৰ দিলে, সেয়া শুনি আপুনি থত মত খাব!

নৱবিবাহিতা পত্নীক এটা গাধ উপহাৰ দিলে যুৱকজনে৷ যুৱকজনৰ নাম আজলান শ্বাহ৷ ইউটিউবাৰ হিচাবে তেওঁ বেছ জনপ্ৰিয়৷ ইতিমধ্যে পত্নীক গাধ উপহাৰ দিয়াৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

যুৱকগৰাকীয়ে জনাইছে যে তেওঁৰ পত্নীয়ে গাধ খুব ভাল পায়৷ পত্নীৰ পচন্দৰ কথা ভাবিয়ে এটা গাধাৰ পোৱালী উপহাৰ দিছে তেওঁ৷ গাধটোক লৈ তেওঁৰ পত্নীয়ে হাঁহিমুখে ফটোও উঠিছে৷ 

গাধৰ পোৱালীটোৰ নামো দিয়া হৈছে৷ নাম ৰখা হৈছে ভোলা৷ আজলানে আৰু জনাইছে যে গাধৰ পোৱালীটোক অৱশ্যে তাৰ মাকৰ পৰা কাঢ়ি অনা নাই৷ পোৱালীটোৰ স’তে তাৰ মাকক কিনা হৈছে বুলি জনাইছে তেওঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ