--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধাৰাসাৰ বৰষুণৰ লগতে বানে জিলাখনৰ পৰিস্থিতি অধিক শোচনীয় কৰি তোলে। উদ্ধাৰ আৰু সাহায্য অভিযানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফক কামত লগোৱা হৈছে

ডিজিটেল ডেস্ক : মুষলধাৰ বৰষুণে হিমাচল প্ৰদেশৰ জলপ্রলয়ৰ সৃষ্টি কৰে। প্ৰায় ১৩ ঘণ্টা ধৰি মুষলধাৰে হোৱা বৰষুণৰ ফলত ৰাজ্যখনৰ মাণ্ডীত ১০জন লোক নিহত আৰু ৩৪জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে।


ধাৰাসাৰ বৰষুণৰ লগতে বানে জিলাখনৰ পৰিস্থিতি অধিক শোচনীয় কৰি তোলে। উদ্ধাৰ আৰু সাহায্য অভিযানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফক কামত লগোৱা হৈছে। জিলাখনত ২৫৩.৫ মিলিমিটাৰ বৰষুণ হয়। ফলত ২৪৮টা পথ পানীয়ে বুৰাই পেলোৱাত বন্ধ হৈ পৰে।


উল্লেখযাগ্য যে মঙলবাৰে ৰাজ্যখনত কমেও ১১টা স্থানত ডাৱৰ বিস্ফোৰণ হয়। ইফালে ৰাজ্য চৰকাৰে দিয়া তথ্য মতে, ৰাজ্যখনত যোৱা ২০ জুনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণ আৰু বানত মঙলবাৰলৈকে ৫২জন লোক নিহত হোৱাৰ লগতে আন ২২জন লোক সন্ধানহীন হৈ আছে। ৰাজ্যখনৰ ১২খন জিলা বান আৰু বৰষুণত প্ৰভাৱিত হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক