--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুজেন খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছতে বলীউডৰ কেইবাগৰাকীও অভিনেত্ৰীৰ নাম হৃত্বিক ৰোশনৰ সৈতে জড়িত হৈ পৰিছে। কিন্তু ঋত্বিকৰ জীৱনৰ বসন্ত হিচাপে আগমন ঘটিল সাবা আজাদৰ। দুয়োৰে প্ৰেম-ৰোমাঞ্চে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। হৃত্বিকে নিজেই এইবাৰ কাৰৱা চৌথত ছাবাৰ সৈতে নিজৰ সম্পৰ্কক ছীল-মোহৰ মাৰিলে। কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখলৈ আহিছিল হৃতিক-সাবা। ইয়াৰ পাছত হৃত্বিকে বেছি সময় নোলোৱাকৈয়ে সাবা লগত থকা সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে।
Hrithik Roshan calls Saba Azad for pics after being spotted together in  Mumbai | Bollywood - Hindustan Times
শেহতীয়াকৈ সাবা আৰু ঋত্বিক অতি সোনকালে একেলগে থাকিবলৈ আৰম্ভ কৰিব বুলি চৰ্চা চলিছে। মুম্বাইৰ ১৫নং আৰু ১৬ নং মহলাত থকা মন্নত নামৰ এটা ঘৰত ১০০ কোটি টকাত ডুপল কিনিলে ঋত্বিকে। তাতে দুয়ো নতুন পৰিয়াল এটা গঢ়ি তুলিব বুলি চৰ্চা চলিছে। জুহু-ভাৰ্ছ’ভা সংযোগী পথত সাগৰৰ ফালে মুখ কৰি এটা ফ্লেটত থাকিব হৃতিক-সাবা। এই মুহূৰ্তত ফ্লেটটোৰ ভিতৰৰ সজ্জাৰ কাম পূৰ্ণগতিত চলি আছে। 
Hrithik Roshan-Saba Azad's cute moments will make your hearts flutter
কাম শেষ হ’লেই তাত দুয়ো থাকিবলৈ আৰম্ভ কৰিব। অৱশ্যে সেই চৰ্চাৰ ওপৰত ঠাণ্ডা পানী ঢালি দিলে অভিনেতাজনে। তেওঁ নিজৰ টুইটাৰ একাউণ্টত লিখিছে, ‘এনে খবৰত কোনো সত্যতা নাই। মই জানো আমাৰ জীৱনৰ প্ৰতি আপোনালোকৰ কৌতুহল আছে, কিন্তু ভুৱা বাতৰি প্ৰচাৰ নকৰাটোৱেই ভাল।''
Hrithik Roshan and Saba Azad in no rush to get married; Report | PINKVILLA
উল্লেখ্য যে হৃত্বিকৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবিখন হ'ল 'বিক্ৰম-বেধা'। ছবিখন বক্স অফিচত সফল নহ’ল। এইবাৰ হৃত্বিকৰ পৰৱৰ্তী ছবি ‘ফাইটাৰ’ৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীসকল। হৃত্বিকৰ উপৰিও ছবিখনত অভিনয় কৰিছে দীপিকা পাডুকনে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক