--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩২ বছৰ বয়সত ভৰি দিলে কাৰ্তিক আৰিয়ানে। সকলোৱে বলিউডৰ অভিনেতাগৰাকীক শুভকামনা জনাইছে। অভিনৰ উপৰিও নিজৰ প্ৰেম জীৱনৰ বাবেও চৰ্চাত থাকে কাৰ্তিক। চাৰা আলি খানৰ পৰা কৃতি চাননলৈকে- সকলোৰে স’তে কাৰ্তিকৰ হৃদয় জৰিত হৈ পৰিছিল।

কিন্তু আপুনি জানেনে অনেক সুন্দৰী যুৱতীৰ হৃদয় হৰণ কৰিলেও কেৰিয়াৰৰ প্ৰথম পৰ্যায়ত কাৰ্তিকে চিনেমাৰ পৰ্দাত ৰোমাঞ্চ কৰিবলৈ হেনা-হুঁচা কৰিছিল! আনকি এখন চিনেমাত এটা চুম্বনৰ দৃশ্যগ্হণত ৩৭টাকৈ টেক দিব লগা হৈছিল কাৰ্তিকক।

২০১৪ চনত সুভাষ ঘাইৰ পৰিচালনাত 'কাঞ্চীঃ দা আনব্ৰেকেবল’ নামৰ চিনেমাখনে মুক্তিলাভ কৰিছিল। উক্ত ছৱিখনত নায়কৰ চৰিত্ৰত আছিল কাৰ্তিক আৰু নায়িকাৰ চৰিত্ৰত আছিল মিষ্টী চক্ৰৱৰ্তী।

ছৱিখনত এটা দৃশ্য আছিল য’ত মিষ্টীক কাৰ্তিকে চুম্বন কৰিব লাগে। কিন্তু চুম্বনৰ দৃশ্যগ্ৰহণত প্ৰচণ্ড অস্বস্তিবোধ কৰে কাৰ্তিক। এটাৰ পাছত এটাকৈ চুম্বনৰ দৃশ্য কাট কৰে পৰিচালকে। এনেদৰে ৩৫ টাকৈ টেক লয়। শেষত বিৰক্ত হৈ কাৰ্তিকে কৈ উঠিছিল যে তেওঁ চুমা খাব নোৱাৰে। অৱশেষত ৩৭ টা টেক লোৱাৰ পাছত সুভাষ ঘাই সন্তুষ্ট হয়। 

এতিয়া কাৰ্তিক আৰিয়ান বলিউডৰ অন্যতম সফল অভিনেতা। কৰি গৈছে ইখনৰ পাছত সিখন চিনেমা। হৃদয় চুৰি কৰিছে অনেকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক