--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাই-ভনীৰ বন্ধনৰ উৎসৱ ৰক্ষাবন্ধন হৈছে বিশ্বাসৰ লগত জড়িত উৎসৱ। এইবাৰ ১১ আগষ্ট, ২০২২ তাৰিখ বৃহস্পতিবাৰে পালন কৰা হ’ব ৰক্ষাবন্ধন উৎসৱ। ইয়াক ৰাখী বুলিও কোৱা হয়। ৰাশি অনুযায়ী জানো ৰাখীৰ দিনা কি কৰা উচিত আৰু কি কৰা অনুচিত জানো আহক।

মেষ ৰাশি- আজিৰ দিনটোত ভাই-ভনীসকলে ইজনে সিজনক মিচিৰি খোৱাব লাগে। নীলা ৰঙৰ ৰাখী আৰু নীলা ৰঙৰ কাপোৰ ব্যৱহাৰ নকৰিব।

বৃষ ৰাশি- ভাই-ভনীয়ে ইজনে সিজনক বগা কাপোৰ উপহাৰ দিব লাগে। বাদাম নিদিব আৰু বাদাম নুখুৱাব।

মিথুন ৰাশি- ভাই-ভনীয়ে ইজনে সিজনক তিলক লগাব লাগে। সেন্দুৰৰ তিলক প্ৰয়োগ নকৰিব, নহ’লে দুয়োৰে মাজত বিবাদ হ’ব পাৰে।

কৰ্কট ৰাশি- ভাই-ভনীয়ে ইজনে সিজনক পাৰ্ফিউম দিব লাগে। বডী স্প্ৰে ইজনে সিজনক দিব নালাগে কাৰণ প্ৰায়বোৰ বডী স্প্ৰেত এলক’হল থাকে।

সিংহ ৰাশি- ৰঙা ৰঙৰ ৰাখী ব্যৱহাৰ কৰক, ৰঙা ৰঙৰ কাপোৰ পিন্ধক। সম্ভৱ হ’লে সেউজীয়া ৰঙৰ ৰাখী আৰু সেউজীয়া কাপোৰ ব্যৱহাৰ নকৰিব।

কন্যা ৰাশি- ভাই-ভনীয়ে ইজনে সিজনক গুড় খুৱাব লাগে। ইজনে সিজনক কোনো ৰূপৰ বস্তু উপহাৰ নিদিব।

তুলা ৰাশি-হালধিৰ তিলক লগাওক। মেৰুণ ৰঙৰ কাপোৰ বা মেৰুণ ৰঙৰ ৰাখী ব্যৱহাৰ নকৰিব।

বৃশ্চিক ৰাশি- নীলা ৰঙৰ ৰাখী বান্ধক। পিস্তাৰে তৈয়াৰী মিঠাই ইজনে সিজনক খুৱাব নালাগে আৰু সেউজীয়া ৰঙৰ ৰাখীও বান্ধিব নালাগে।

ধনু ৰাশি- ভাই-ভনীয়ে ইজনে সিজনক বাদাম আগবঢ়াব লাগে। ইজনে সিজনক প্ৰসাধন সামগ্ৰী নিদিব।

মকৰ ৰাশি-হালধীয়া সূতা বা হালধীয়া ৰঙৰ ৰাখী বান্ধক। ৰঙা ৰঙৰ ৰাখী নাবান্ধিব।

কুম্ভ ৰাশি- কমলা ৰঙৰ সেন্দুৰেৰে তিলক লগাওক। হালধীয়া ৰঙৰ ৰাখী বান্ধিব নালাগে।

মীন ৰাশি - সেউজীয়া ৰঙৰ ৰাখী বান্ধক। ইজনে সিজন কাৰণে তিলৰ তেলেৰে আৰতি নকৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ