--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা৷ এনে ঘটনাৰ পৰা সাৰি যোৱা নাই শিশুও৷ শেহতীয়াকৈ এটি ১১ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগত এজন যুৱকক আদালতে ৮০ বছৰৰ কাৰাদণ্ড বিহিছে৷ ৮০ বছৰৰ কাৰাদণ্ডৰ উপৰি আদালতে যুৱকজনক জৰিমনা পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়ে।

ঘটনাটো কেৰালাৰ মালাপ্পুৰম অঞ্চলত সংঘটিত হৈছিল। আদালততে আজি শুনানিৰ অন্তত অপৰাধীক ৮০ বছৰৰ কাৰাদণ্ড বিহে৷ মঞ্জেৰিৰ পকচো আদালতে যুৱকজনৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰিছে। অভিযুক্তজনৰ নাম নওফাল। তেওঁ কেৰালাৰ কথাকাঞ্চেৰী গাঁৱৰ বাসিন্দা। 

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৪৯, ৩৬৬, ৩৭৬ (এবি), ৩৭৬ (২)(এন) আৰু পকচোৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল।পকচো আদালতৰ বিশেষ ন্যায়াধীশ কে ৰাজেশে যুৱকজনক ৩ লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক