--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুশ্কা শৰ্মা ক’ত? নতুন বছৰৰ আৰম্ভনি হ’বলৈ কিছুপৰ বাকী থকাৰ সময়তে বিমানত উঠি তেওঁলোক ক’লৈ গ’ল? ইত্যাদি প্ৰশ্নই অনুষ্কা-বিৰাটৰ অনুৰাগীসকলক ব্যতিব্যস্ত কৰি ৰাখিছিল৷ এতিয়া অনুৰাগীক আশ্বস্ত কৰি অনুষ্কা-বিৰাটে  প্ৰকাশ কৰিলে তেওঁলোক ক’লৈ গৈছে৷ 

তেওঁলোক এতিয়া ডুবাইত আছে৷  ডুবাইতেই তেওঁলোকে নতুন বছৰক আদৰিব৷ শেহতীয়াকৈ 
ছ'চিয়েল মিডিয়াত তেওঁলোকে কৰা এটা  পোষ্ট ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে য'ত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক এই বছৰৰ শেষৰ দিনটোত তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ সৈতে সূৰ্যোদয় উপভোগ কৰা দেখা গৈছে।


গোটেই পৃথিৱী নতুন বছৰৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে। এনে সময়তে তেওঁলোকেও নতুন বছৰক বেলেগ ধৰণে আদৰিবলৈ ডুবাইলৈ গৈছে৷ বিৰাট কোহলীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ২০২২ বৰ্ষৰ অন্তিম দিনটোত সূৰ্যোদয় উপভোগ কৰিছে ডুবাইত। বিৰাট আৰু অনুষ্কাৰ সৈতে আছে তেওঁলোকৰ কন্যা  জীয়েক ভামিকাৰ। এই ধুনীয়া ছবিখনে অনুৰাগীসকলৰ পৰা যথেষ্ট মৰম পাইছে।

বিৰাট কোহলীয়ে এই ছবিখনৰ শিৰোনাম দিছে, '২০২২ চনৰ শেষ সূৰ্যোদয়'। কিছুদিন আগতে কাকো নোকোৱাকৈয়ে তেওঁলোকে ডুবাইলৈ গৈছিল৷ বিমানবন্দৰৰ পৰা তেওঁলোকে ফটোও পোষ্ট কৰিছিল যদিও তেওঁলোক ক’লৈ গৈ আছে সেয়া প্ৰকাশ কৰা নাছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক