--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমুম্বাইৰ গাতে লাগি থকা মীৰা ৰোড অঞ্চলত এঘাৰ বছৰীয়া শিশু এটাই ‘জয় শ্ৰী ৰাম’ বুলি ধ্বনি দিয়াৰ বাবেই ইছলাম লোকে শিশুটিক মাৰধৰ কৰে। ‘জয় শ্ৰী ৰাম’ বুলি কোৱা শিশুটিক আনকি জোৰকৈ ‘আল্লাহ হু আকবৰ’ বুলি চিঞৰিবলৈ বাধ্য কৰোৱা হয়। এই গোচৰত মীৰা ৰোড থানাত পাঁচজন অচিনাকি লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।

পুত্ৰই ‘আল্লাহ হু আকবৰ’ বুলি চিঞৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী শিশুটিৰ পিতৃয়ে। 

এই গোচৰত মীৰা ৰোড থানাত পাঁচজন অচিনাকি লোকৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আই পি চিৰ ৪৪৮, ২৯৫-এ আৰু ১৪৩ ধাৰা জাৰি কৰিছে। 

আৰক্ষীয়ে জনোৱা মতে, অভিযোগকাৰীৰ পক্ষ শুনিছে, এতিয়া ইয়াৰ লগত জড়িত বাকী ৫ জন ল’ৰাক ফোন কৰি তেওঁলোকৰ পক্ষ শুনিব। ইয়াৰ পিছতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীয়ে চিচিটিভি স্কেন কৰি অভিযুক্তক চিনাক্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ